Navin Ramgoolam in the parliamentary elections in MauritiusThe team wins:মৰিচাছত সংসদীয় নির্বাচনত নবীন ৰামগোলামৰ দলৰ জয়

navin

Navin Ramgoolam in the parliamentary elections in MauritiusThe team wins:

মৰিচাছত যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত সংসদীয় নিৰ্বাচনৰ ফলাফলত লেবাৰ পাৰ্টিৰ নেতা আৰু দেশখনৰ প্রাক্তন প্রধানমন্ত্রী নবীন ৰামগোলামৰ জয় হ’ল। বৰ্তমানৰ প্ৰধানমন্ত্ৰী প্রবিন্দ্র যোগনাথৰ ছ’চিয়েলিষ্ট ম’ভমেন্ট পার্টিয়ে এইবাৰৰ নির্বাচনত এখনো আসন লাভ কৰিব নোৱাৰিলে।

ADVERTISEMENT

মৰিচাছৰ সংসদীয় নির্বাচনত ঐতিহাসিক জয় সাব্যস্ত কৰাৰ বাবে প্ৰাক্তন প্রধানমন্ত্রী নবীন ৰামগোলামক শুভেচ্ছা জনালে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ভাৰত ভ্ৰমণৰ বাবেও মোদীয়ে ৰামগোলামক নিমন্ত্রণ দিলে। মৰিচাছৰ সংসদৰ ৭০ সমষ্টিৰ ৬২ টাত নির্বাচন অনুষ্ঠিত হৈছিল আৰু আটাইকেইটা সমষ্টি ৰামগোলামৰ মৰ্চাই দখল কৰে ৷

Exit mobile version