Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal Joins PM at the Rozgar Mela with ceremonial distribution of Appointment in Guwahati:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰোজগাৰ মেলাত ৫১,০০০ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰোজগাৰ মেলাত ৫১,০০০ তকৈও অধিক প্ৰাৰ্থীক ভার্চুৱেলী নিযুক্তি পত্ৰ বিতৰণ

গুৱাহাটীৰ অনুষ্ঠানত অংশ গ্ৰহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ, ভাৰতে এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে: প্রধানমন্ত্রী, যুৱ নেতৃত্বাধীন উন্নয়নত প্রধানমন্ত্রীয়ি নিৰন্তৰ গুৰুত্ব দিয়াৰ ফলত এখন বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত যুৱচামে শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

samimsultana by samimsultana
October 29, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal Joins PM at the Rozgar Mela with ceremonial distribution of Appointment in Guwahati:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰোজগাৰ মেলাত ৫১,০০০ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰোজগাৰ মেলাত ৫১,০০০ তকৈও অধিক প্ৰাৰ্থীক ভার্চুৱেলী নিযুক্তি পত্ৰ বিতৰণ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Union Minister Sarbananda Sonowal Joins PM at the Rozgar Mela with ceremonial distribution of Appointment in Guwahati:

যুৱ সবলীকৰণক এক নতুন গতি প্রদানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰোজগাৰ মেলা’ৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নৱনিযুক্ত দেশৰ ৫১,০০০তকৈও অধিক প্রার্থীক আনুষ্ঠানিকভাৱে এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল প্রেক্ষাগৃহত আয়োজিত ‘ৰোজগাৰ মেলা’ৰ কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে আৰু প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাত নৱনিযুক্ত ১৪৪ গৰাকী প্ৰাৰ্থীক গুৱাহাটীত নিযুক্তি পত্ৰ বিতৰণ কৰা |

ADVERTISEMENT

অনুষ্ঠানত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ধনতেৰাছৰ শুভেচ্ছা প্ৰদান কৰে। এই বছৰৰ দীপাৱলী বিশেষ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্রভু শ্রী ৰামচন্দ্ৰৰ বিগ্ৰহ ৫০০ বছৰৰ মূৰত অযোধ্যাৰ আটকধুনীয়া মন্দিৰটিত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছত এইবাৰ হ’ব প্ৰথম দীপাৱলী। তেখেতে কয় যে কেইবাটাও প্রজন্মই এই দীপাৱলীৰ বাবে অপেক্ষা কৰিছে, আনহাতে বহুতে এই ঐতিহাসিক ক্ষণৰ বাবে প্ৰাণত্যাগ কৰিছিল, প্রতিকূলতাৰ সম্মুখীন হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ প্ৰজন্ম এনে অভূতপূর্ব উদযাপনৰ সাক্ষী হ’ব পৰাটো অত্যন্ত সৌভাগ্যৰ বতৰা। এই উৎসৱমুখৰ পৰিৱেশত প্রধানমন্ত্রীয়ে কয় যে আজি দেশৰ ৫১,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, যিয়ে দেশৰ যুৱশক্তিক ন উদ্যমেৰে আগুৱাই যাবলৈ উৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মই সর্বাধিক নিযুক্তি লাভ কৰাৰ দিশত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। চৰকাৰৰ নীতি আৰু সিদ্ধান্তই চাকৰি সৃষ্টিৰ ক্ষেত্ৰত পোনপটীয়া প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে এক্সপ্ৰেছৱে, ঘাইপথ, পথ, ৰে’ল, বন্দৰ, বিমানবন্দৰ, ফাইবাৰ কেবল স্থাপন, মোবাইল টাৱাৰ স্থাপন আৰু দেশৰ সকলো প্রান্ততে নতুন উদ্যোগৰ সম্প্ৰসাৰণৰ সন্দর্ভত আলোকপাত কৰে।

প্রধানমন্ত্রীয়ে কয় যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। দেশৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ অনুসন্ধানৰ কথাও উল্লেখ কৰে। ইউপিএ চৰকাৰৰ দিনত স্পষ্ট নীতি আৰু সুঅভিপ্ৰায়ৰ অভাৱ আছিল, ভাৰতে আগতে কেইবাটাওক্ষেত্রত বিশেষকৈ প্রযুক্তিবিদ্যাত যথেষ্ট পিছপৰি আছিল। ভাৰতে সমগ্ৰ বিশ্বৰ পৰা নতুন প্ৰযুক্তিৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল আৰু পশ্চিমত যিটো প্রযুক্তি ইতিমধ্যে পুৰণি বুলি গণ্য কৰা হৈছিল, সেয়া অৱশেষত আমাৰ দেশত উপনীত হৈছিল। পিছে আমাৰ চৰকাৰৰ দিনত এতিয়া সময় সলনি হৈছে, এতিয়া মেক ইন ইন্ডিয়াৰ জৰিয়তে ভাৰতে অত্যাধুনিক নতুন নতুন প্রযুক্তি দেশৰ ভিতৰতে উদ্ভাৱন কৰি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে।

তেওঁ উল্লেখ কৰে যে দেশৰ প্ৰতিটো খণ্ডই এতিয়া বিভিন্ন ক্ষেত্ৰত যুৱচামৰ বাবে ন ন সুযোগ-সম্ভাৱনা মুকলি কৰিছে। আজি ভাৰতত বৃহৎ বিনিয়োগ হৈছে আৰু অভিলেখ সংখ্যক সুযোগ সৃষ্টি কৰা হৈছে”, তেওঁ কয়। প্রধানমন্ত্রীয়ে লগতে কয় যে যোৱা আঠ বছৰত ১.৫ লাখতকৈও অধিক ষ্টার্টআপ আৰম্ভ কৰা হৈছে, যাৰ ফলত ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰ হৈ পৰিছে। তেওঁ লগতে কয় যে এই খণ্ডসমূহে দেশৰ যুৱক-যুৱতীসকলক বিকাশ আৰু নিযুক্তিৰ অফুৰন্ত সুযোগ প্ৰদান কৰিছে।

প্রধানমন্ত্রী ইন্টার্নশ্বিপ যোজনাৰ উদ্‌ধৃতি দি নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ শীৰ্ষ ৫০০টা কোম্পানীত পেইড ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰা হৈছে, য’ত প্ৰতিজন ইন্টার্নক এবছৰৰ বাবে প্ৰতিমাহে ৫,০০০ টকাকৈ দিয়া হ’ব। তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য- অহা ৫ বছৰত এক কোটি যুৱক-যুৱতীয়ে ইণ্টাৰ্নশ্বিপৰ সুযোগ পোৱাটো নিশ্চিত কৰা।

নৰেন্দ্ৰ মোদীয়ে জনায় যে জার্মানীয়ে দক্ষ ভাৰতীয় যুৱক- যুৱতীসকলক দিয়া ভিছাৰ সংখ্যা প্ৰতি বছৰে ২০ হাজাৰৰ পৰা ৯০ হাজাৰলৈ বৃদ্ধি কৰিছে। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ যুৱ প্ৰজন্ম যথেষ্ট লাভান্বিত হ’ব। নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতে শেহতীয়া বছৰবোৰত ২১ খন দেশৰ সৈতে নিযুক্তি সম্পর্কীয় চুক্তি স্বাক্ষৰিত কৰিছে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, যুৱ নেতৃত্বাধীন উন্নয়নত প্রধানমন্ত্রী  নিৰন্তৰ গুৰুত্ব দিয়াৰ ফলত এখন বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত যুৱচামে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অর্থনীতিৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলা আৰু ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সক্রিয় ভূমিকা পালন কৰি যাবলৈ যুৱ বন্ধুসকলক আহ্বান জনালোঁ।”

সর্বানন্দ সোণোৱালে লগতে কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু সংস্থাপনত যথেষ্ট গুৰুত্ব দিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুসৰি ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ দেশৰ লাখ লাখ যোগ্য যুৱক-যুৱতীয়ে ৰোজগাৰ মেলাত যোগদান কৰিছে। মই আনন্দিত যে ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিভিন্ন ৰাজ্যৰ যুৱ প্ৰজন্মই নিযুক্তি লাভ কৰিছে।

এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল’ব লাগিব। ভাৰত এতিয়া এখন দ্রুত উন্নয়নমুখী দেশ, যি বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত আমি ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অর্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিব লাগিব। মই যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি এক সমর্পিত শক্তি হ’বলৈ আহ্বান জনালোঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ceremonial distribution of AppointmentGuwahati Spl ProgrammeRozgar MelaUnion Minister Sarbananda Sonowal
samimsultana

samimsultana

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d