High Court has banned lotteries in the state:
➡️ লটাৰীক লৈ পুনৰ কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়।
➡️ ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ল লটাৰী।
➡️ লটাৰী আয়োজনৰ অনুমতি বিচাৰি ন্যায়ালয়ত দাখিল কৰা হৈছিল এক আবেদন ৷
➡️ লটাৰী আয়োজকৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয় ৷
➡️ গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছুদিন পূৰ্বে ৰাজ্যত অব্যাহত থকা লটাৰীক নিষিদ্ধ ঘোষণা কৰিছিল ৷