নিজকে ধুনীয়া কৰি সজাই-পৰাই ৰাখিবলৈনো কোনে নিবিচাৰে। এষাৰ কথা আছে “first impression is the last impression” । সাধাৰণতে যুৱতীসকলে নিজকে ধুনীয়া কৰি ৰাখিবলৈ ভিন্ন পন্থা অৱলম্বন কৰে । কিন্তু বহুসময়ত দেখা যায় যে অধিকাংশ যুৱকে নিজৰ সৌন্দৰ্যতাক লৈ কোনোধণৰ গুৰুত্ব প্ৰদান নকৰে । কিছু যুৱকে এলাহতে নিজৰ সৌন্দৰ্য চৰ্চাত গুৰুত্ব নিদিয়ে ।
ADVERTISEMENT
সেইবাবে আমি সৌন্দৰ্য চৰ্চা কৰিবলৈ এলাহ কৰা যুৱকসকললৈ লৈ সহজতে নিজকে ধুনীয়া কৰি ৰখাৰ কেইটামান বিশেষ টিপছ ।
- আপুনি গা ধুবলৈ ব্যৱহাৰ কৰা চাবোনৰ সলনি বজাৰত উপলব্ধ ফেচ ৱাশ্বেৰে মুখ ধোৱক ।
- নখ কাটি চাফাকৈ থাকক ।
- কেফেইন, বীয়েৰ, ছ’ডায়ুক্ত পানীৰ সলনি সৰহকৈ পানী খাওক ।
- ছালখন মসৃন আৰু সতেজ কৰি ৰাখিবলৈ মইশ্ব’ৰাজাৰ ব্য়ৱহাৰ কৰক ।
- ভাল গোন্ধোৱা পাৰ্ফিউম ব্যৱহাৰ কৰক ।
- টোপনি ক্ষতি নকৰিব। টোপনি পূৰ কৰিলেহে আপোনাৰ শৰীৰটো ভালে থাকিব ।