Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Kalyan Baruah Awards’2024:দিল্লীত নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু মাই হোম ইণ্ডিয়াৰ দ্বাৰা কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান

publisher by publisher
December 11, 2024
in News, Assam, India
Reading Time: 1 min read
0
Kalyan Baruah Awards’2024:দিল্লীত নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু মাই হোম ইণ্ডিয়াৰ দ্বাৰা কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান
1
SHARES
9
VIEWS
ShareShareShareShare

নতুন দিল্লীত আজি কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। দিল্লীৰ কনছটিটিউচন ক্লাৱত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই জীৱনজোৰা সাধনা স্বীকৃতিৰ লগতে ৪ গৰাকী বঁটা বিজয়ী সাংবাদিকক বঁটা সমুহ প্ৰদান কৰে ৷ দিল্লীস্থ উত্তৰপূৱৰ সাংবাদিকসকলৰ মঞ্চ ‘নৰ্থ ইষ্ট মিডিয়া ফৰাম’ আৰু সামাজিক সংস্থা মাই হোম ইণ্ডিয়াই যৌথভাবে বিশিষ্ট সাংবাদিক কিশোৰ চেৰামক প্ৰয়াত সাংবাদিক কল্য়াণ বৰুৱাৰ নামত ২০২৪ চনৰ জীৱনজোৰা সাংবাদিকতা বঁটা প্ৰদান কৰে ৷

ADVERTISEMENT

কোভিড-১৯ৰ ঢৌত ২০২১ চনৰ ১ মেত প্ৰাণ হেৰুৱা অসম ট্ৰবিউন কাকতৰ দিল্লীস্থ বিশেষ প্ৰতিনিধি কল্যাণ বৰুৱাৰ সোঁৱৰণীত ২০২৪ চনৰ বাবে ছপা, ডিজিটেল,ফটোগ্ৰাফী আৰু বৈদ্যুতিন মাধ্যমৰ বাবে আবেদন কৰা সাংবাদিকসকলৰ জুৰীয়ে তিনি গৰাককী সাংবাদিকক নিৰ্বাচন কৰে ৷ ছপা মাধ্যম সাংবাদিকতা লাভ কৰে ফ্ৰিলান্স সাংবাদিক মুবিনা আখটাৰে। বৈদ্যুতিন মাধ্যমৰ এই বঁটা প্ৰদান কৰা হয় প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুষ্মন্ত বৰাক।

RelatedPosts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

Aakhor AI at india Ai Impact Summit 2026:ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত অসমৰ আখৰ এ আই

ডিজিটেল মাধ্যম সাংবাদিকতাত এই বঁটা লাভ কৰে ইম্ফল ৰিভিউ অফ আৰ্টছ এণ্ড পলিটিকছৰ ডঃ ক্ষেত্ৰিমায়ুম চিত্ৰাবানু দেৱীয়ে। আনহাতে ছপা মাধ্যমত বিচাৰকৰ বিশেষ সন্মান আগবঢ়োৱা হয় আছাম ট্ৰিবিউন বাতৰি কাকতৰ ফাৰহানা আহমেদক। আনহাতে ইণ্ডিয়া টুডে এনইৰ অপৰমিতা দাসক ফটোগ্ৰাফীৰ বাবে বিচাৰকৰ বিশেষ সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী মাৰ্ঘেৰিটাৰ উপৰি মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰ আৰু নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাও বঁটা বিজয়ী সাংবাদিকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰে ৷

অনুষ্ঠানত প্ৰদান কৰা নিজৰ ভাষণত মন্ত্ৰী মাৰ্ঘেৰিটাকে ধৰি আন বিশিষ্ট ব্যক্তিসকলে নিজা নিজা ভাষণত সাংবাদিকতাৰ জগতত বিশেষকৈ উত্তৰ -পূৰ্বাঞ্চলক দিল্লীৰ মজিয়াত দাঙি ধৰাৰ ক্ষেত্ৰত কল্যাণ বৰুৱাৰ অবদানৰ কথা বিশেষভাবে স্মৰণ কৰে। উল্লেখ্য যে কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ জুৰী কমিটিৰ সদস্য় সকল আছিল বিশিষ্ট চলচিত্ৰ পৰিচালক উৎপল বৰপুজাৰী, আকাশবাণীৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তী, বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰথী, জ্যেষ্ঠ সাংবাদিক সন্দীপ ফুকন আৰু আই আই এম চি আইজল কেম্পাছৰ সঞ্চালক অধ্য়াপিকা শাস্বতী গোস্বামী ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা সকলো জুৰী সদস্য়কো নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু মাই হ’ম ইণ্ডিয়াৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kalyan Baruah Awards'2024new delhiNorth East MEDIA fORUM
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d