State government has issued a notice to the DC to show cause:
➡️ বৰপেটা জিলা পৰিষদৰ চিইঅ’ অৰূপ কুমাৰ পাঠকক অপদস্থ কৰিছিল জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই ৷
➡️ জিলা আয়ুক্তলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্য চৰকাৰৰ ৷
➡️ জাননীৰ উত্তৰত সন্তুষ্ট ন’হলে বিভাগীয় অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব জিলা আয়ুক্ত গৰাকী ৷
➡️ জিলা পৰিষদৰ চিইঅ’ক কাৰ্যালয় কক্ষত আয়ুক্ত ঝাই অপদস্থ সন্দৰ্ভত তদন্ত কৰিছিল প্ৰধান সচিব মুকেশ চাহুৱে ৷
➡️ বৰপেটাত উপস্থিত হৈ চিচিটিভি ফুটেজ আৰু চিইঅ- আয়ুক্তৰ ভাষ্য গ্ৰহণ কৰিছিল চাহুৱে ৷
➡️ ইতিমধ্যে প্ৰধান সচিব চাহুৱে ৰাজ্য চৰকাৰৰ হাতত দাখিল কৰিছে তদন্তৰ প্ৰতিবেদন ৷
➡️ তদন্তৰ প্ৰতিবেদন কাৰ্যকৰী হোৱাৰ পূৰ্বে চিইঅ’ অৰূপ কুমাৰ পাঠকক তাৎক্ষণিক বদলি ৷
➡️ পাঠক জনপ্ৰিয় গায়িকা তৃষ্ণা শইকীয়াৰ স্বামী ৷