▶️এক দেশ,এক নিৰ্বাচন’ বিধেয়কক লৈ লোকসভাত ভোটিং ৷
▶️প্ৰথমবাৰৰ বাবে লোকসভাত ইলেক্ট্ৰনিক ভোটিং ৷
▶️বিধেয়ক খনৰ সপক্ষে ভোটদান ২৬৯ সাংসদৰ ৷
▶️বিধেয়ক খনৰ বিপক্ষে ভোটদান ১৯৮ সাংসদৰ
▶️তাৎপৰ্যপূৰ্ণভাৱে ভোটিঙৰ সময়ত লোকসভাত অনুপস্থিতি অগপ সাংসদ ফণীভূষণ চৌধুৰী ৷
▶️ভোটিঙৰ পিছত পলমকৈ সদনত উপস্থিত অগপ সাংসদ গৰাকী ৷
▶️সোমবাৰে এন ডি এ অংশীদাৰী দল সমূহে সদনত উপস্থিতিৰ বাবে তিনি লাইন হুইপ জাৰি কৰিছিল ৷
▶️এক দেশ,এক নিৰ্বাচন’ বিধেয়কৰ বিৰোধিতাৰ সদনত সোচ্ছাৰ গৌৰৱ গগৈ,মনীষ তিৱাৰী আৰু আচ্চাদ্দিন ওৱেচি ৷
▶️শাসক পক্ষৰ দাবী এক দেশ,এক নিৰ্বাচন’ বিধেয়ক গৃহিত হ’লে ৰাহি হ’ব ৩০৭৭ কোটি টকা ৷
▶️কংগ্ৰেছ,এছ পিৰ মন্তব্য চৰকাৰে গণতন্ত্ৰৰ কাঠামোৰ হৰণ কৰিছে ৷