▶️ প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা।
▶️ ‘ফৰিংবোৰে বাটৰ কথা জানে’ কাব্যগ্ৰন্থৰ বাবে এই বঁটা ।
▶️ কবি সমীৰ তাঁতীয়ে পূর্বে লাভ কৰিছিল ছগনলাল জৈন সাহিত্য বঁটা।
▶️ একেদৰে ২০১২ চনত লাভ কৰিছিল অসম উপত্যাকা সাহিত্য বঁটা।
▶️ বহু জনপ্রিয় কবিতা পৃথি ‘যুদ্ধভূমিৰ কবিতা’ৰো স্রষ্টা আছিল সমীৰ তাঁতী।
▶️ বিগলিত প্ৰাৰ্থনা,কদম ফুলাৰ ৰাতি,শোকাকুল উপত্যকা সমীৰ তাঁতীৰ অন্যতম কাব্যগ্ৰন্থ ৷
▶️ ১৯৫৫ ৰ ৬ ফ্ৰেব্ৰুৱাৰীত তাঁতী জন্ম লাভ কৰিছিল গোলাঘাটৰ বিহৰা চাহ বাগিচাত ।
▶️ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত ।
▶️ ১৯৮৩ ত স্নাতকোত্তৰ উপাধি লাভ কৰে ৷