CM meets on road safety:পথ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক

CM

CM meets on road safety:

➡️ পথ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক

➡️ সুৰাপায়ী চালকলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

➡️ ১৫ জানুৱাৰী পর্যন্ত গুৱাহাটীত দৈনিক নিশা চলিব মাৰাথন অভিযান

➡️ নিশা ১০ বজাৰ পিছত গাড়ী চালক সন্মুখীন হ’ব পৰীক্ষাৰ ৷

➡️ নিশা ৯ বজাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত কৰিব নোৱাৰিব পার্কিং ৷

➡️ বনভোজলৈ যোৱা বাহনৰ চালকে মদ্যপান কৰিব নোৱাৰিব ৷

➡️ বনভোজ স্থলীত হোমগাৰ্ড ,এনচিচি আৰু এছআৰপিএফ নিয়োজিত থাকিব ৷

➡️ গুৰুত্বপূৰ্ণ পিকনিক স্পট সমূহ পৰিদৰ্শন কৰিব আৰক্ষীয়ে ৷

➡️ ৰাজ্যৰ সকলো ডিচি – এছ পিক এই দিশ সমূহ নিৰীক্ষণ কৰিব ৷

➡️ ঘন কুঁৱলী থকা এলেকাৰ পৰা বনভোজস্থলীলৈ যোৱাৰ বাবে সাৱধানতা অৱলম্বনৰ নিৰ্দেশ ৷

➡️ কুঁৱলী আঁতৰি নোযোৱা পর্যন্ত যাত্ৰা কৰিব দিব নালাগে।

➡️ বাৰ সমূহ নিশা কিমান বজালৈ খুলিব এইক্ষেত্ৰত দিয়া নিৰ্দেশনা ৷

➡️ মুখ্য সচিব- ডিজিপিৰ যুটীয়া বৈঠকে সমস্ত দিশ আলোচনা কৰিব ৷

➡️ ৰাজপথত বাইক ষ্টান্ট কৰা সকলক তৎকালেই কৰা হ’ব গ্ৰেপ্তাৰ ৷

Exit mobile version