Mexican Actress And Model Barbare Mori:অতি কম বয়সতে হৈছিল আইতা হৈছিল এগৰাকী অভিনেত্রী !

ঋত্বিকৰ স'তে নাম সাঙোৰ খাইছিল প্ৰেমৰ,কোন এইগৰাকী অভিনেত্রী

hrithik roshan

Mexican Actress And Model Barbare Mori:

বলিউডৰ এগৰাকী অতিকে সুন্দৰী অভিনেত্রী। কিন্তু এখন ছবি কৰিয়ে বলিউডৰ পৰা নাইকিয়া হয় অভিনেত্ৰী গৰাকী। সেই এখন চিনেমাই আছিল ঋত্বিক ৰোছনৰ স’তে। সেই ছবিৰ পাছতে খবৰ ওলাইছিল প্ৰেমৰ সম্পৰ্ক আছে দুয়োৰে। আনকি মাথোঁ ৩৯ বছৰ বয়সতে আইতাও হৈছিল অভিনেত্ৰী গৰাকী।

সেই অভিনেত্ৰীগৰাকী হৈছে বাৰবাৰা মোৰী। ঋত্বিকৰ স’তে ‘কাইটছ’ ছবিত কাম কৰিছিল বাৰবাৰাই। কিন্তু ছবিখন সফল নোহোৱাৰ বাবে বলিউড এৰি গুচি যায় বাৰবাৰা। বর্তমানে মেক্সিকোতে বাস কৰি আছে বাৰবাৰা। মেক্সিকোতে মেক্সিকান ছবিত কাম কৰি আছে।

কাইটছ ছবিতেই কাম কৰাৰ সময়ত খবৰ ওলাইছিল ঋত্বিকৰ স’তে গোপন সম্পর্ক থকা বুলি। আনকি সেই খবৰে তেতিয়া অধিক সন্দেহৰ সৃষ্টি কৰে যেতিয়া ঋত্বিকে বাৰবাৰাক দুই কোটি টকীয়া উপহাৰ দিয়ে। পাছলৈ সেই সম্পৰ্কৰ কোনো খবৰ পোৱা নাযায়।

বাৰবাৰাই ১৯৯৬ত প্ৰথম প্ৰেমিকৰ স’তে থাকিবলৈ লয় আৰু ১৯৯৮ সেই প্ৰেমিকৰ ফালৰ পৰা পুত্ৰ সন্তান এটি জন্ম দিয়ে। সেই পুত্র সন্তানৰেই এতিয়া এগৰাকী কন্যা সন্তান আছে। যাৰ বাবে বাৰবাৰা এতিয়া ৩৯ বছৰ বয়সতে আইতা হৈ পৰিছে ৷

Exit mobile version