All Assm Dist. Administration Employees Union:সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

darrang 1

All Assm Dist. Administration Employees Union:

➡️ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন ।

➡️ দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় উক্ত সভাখন ।

➡️  জিলা প্ৰশাসন কৰ্মচাৰীৰ কাম অনুযায়ী উচিত মঞ্জুৰীৰ লগতে ন্যায্যতা দাবী সমূহৰ ওপৰত হয় আলোচনা ।

➡️  ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিৰে অনুষ্ঠিত হয় সভাখন ।

➡️ সভাখনত বিগত পঞ্চায়ত নিৰ্বাচনৰ বকেয়া ধন প্ৰদান লগতে পূৰ্বৰ দাবীসমূহ মানি লোৱাৰ হুংকাৰ জনায় ।

Exit mobile version