Pijush Hazarika Visit South Salmara:
➡️ দক্ষিণ শালমাৰাত উপস্থিত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷
ADVERTISEMENT
➡️ আমবাৰীত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ ৷
➡️ মন্ত্ৰীৰ স’তে উপস্থিত স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী ৷
➡️ খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি স্থানীয় ৰাইজক ৷