- অসম-পশ্চিমবংগত বাংলা মৌলবাদী সংগঠন এবিটিৰ জেহাদীৰ ব্যাপক কুচ-কাৱাজ অব্যাহত ৷
- সষ্টম হৈ উঠিছে দুই ৰাজ্যৰ আৰক্ষী ।
- অব্যাহত আৰক্ষীৰ ধাৰাবাহিক অভিমান ।
- পুনৰ পশ্চিমবংগত এছ টি এফৰ জালত দুই দুৰ্ধৰ্ষ জেহাদী ৷
- ধৃত জেহাদী দুটাৰ নাম মুস্তাকিম মণ্ডল আৰু ছাজিবুল ইছলাম ৷
- ধৃত জেহাদী দুটাই কেডাৰ হিচাপে অসম- পশ্চিমবংগত অব্যাহত ৰাখিছিল নিজৰ কামকাজ।
Jihadi arrested in west bengal stf: অসম-পশ্চিমবংগত বাংলা মৌলবাদী সংগঠন এবিটিৰ জেহাদীৰ ব্যাপক কুচ-কাৱাজ
Jihadi arrested in west bengal stf: অসম-পশ্চিমবংগত বাংলা মৌলবাদী সংগঠন এবিটিৰ জেহাদীৰ ব্যাপক কুচ-কাৱাজ

Jihadi