Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিলচৰত ২৩,৫৫০ কোটিৰ তিনিটা আঁচনিৰ ভূমি পূজন প্ৰধানমন্ত্ৰীৰ

পৰাজয়ৰ ঐতিহাসিক ছেঞ্চুৰী অৰ্জন কৰাৰ দিশত কংগ্ৰেছ: মোডী

publisher by publisher
March 14, 2026
in Assam, News
Reading Time: 1 min read
0
শিলচৰত ২৩,৫৫০ কোটিৰ তিনিটা আঁচনিৰ ভূমি পূজন প্ৰধানমন্ত্ৰীৰ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Narendra Modi:✒️কংগ্ৰেছে এটাৰ পাছত আন এটা নিৰ্বাচনত পৰাজয় বৰণ কৰিছে। অনাগত ভৱিষ্যতত নিজৰ পৰাজয়ৰ ঐতিহাসিক ছেঞ্চুৰী অৰ্জন কৰাৰ দিশত কংগ্ৰেছ ৷ কংগ্ৰেছৰ মগজুৰ য’ত তলা বন্ধ হয়, তাতেই আমাৰ কামৰ আৰম্ভণি হয়। কংগ্ৰেছে উত্তৰ পূৱ ভাৰতক চৰম অবহেলা কৰি এৰি দিছিল।ঠিক তেনেকৈ বৰাক উপত্যকাক বেহাল কৰি এৰি দিছিল। বৰাক উপত্যকাক দেশৰ অইন অংশতকৈ পিছপৰাত প্ৰধান ভূমিকা লৈছিল কংগ্ৰেছে।দেশ যেতিয়া স্বাধীনতা লাভ কৰিছিল,তেনে সময়তে কংগ্ৰেছে বৰাক উপত্যকাক সাগৰৰ পৰা বিচ্ছিন্ন কৰিছিল। বৰাক উপত্যকাৰ সতে সাগৰৰ সম্পৰ্ক নাইকিয়া কৰিছিল। ইয়াৰ ফলত বৰাক উপত্যকা ট্ৰেড ৰুট আৰু উদ্যোগীক ক্ষেত্ৰত জনজাত আছিল যদিও কংগ্ৰেছে বৰাক উপত্যকাৰ শক্তি কাঢ়ি লৈছিল।

ADVERTISEMENT

স্বাধীনতা লাভ কৰাৰ বহু বছৰ পিছতো বৰাক উপত্যকাৰ উন্নয়নৰ বাবে কংগ্ৰেছে একোয়েই নকৰিলে। কিন্তু বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে এই স্থিতিৰ পৰিবৰ্তন কৰিবলৈ সক্ষম হৈছে।বৰাকক ব্যৱসা-বাণিজ্যৰ হাব হিচাপে প্ৰসাৰৰ ক্ষেত্ৰত বিজেপি চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই কামকাজ কৰি আহিছে।অইনপিনে কংগ্ৰেছৰ নেতাসকলে কেৱল দেশৰ সন্মানত আঘাত হনা কাৰ্য কৰাতহে যেন ব্যস্ত হৈ পৰিছে ।

দিল্লীত এ আই ছামিটৰ মানহানিৰ বাবে কংগ্ৰেছে উঠি পৰি লাগিছিল। দিল্লীত পৰিয়ালে অকল নিজৰ উন্নয়ন বিচাৰে। কংগ্ৰেছ দেশ বিৰোধী কামত সিদ্ধহস্ত। কংগ্ৰেছে অসমৰ যুৱ প্ৰজন্মৰ মংগল নিবিচাৰে। শনিবাৰে শিলচৰ বাইপাছৰ অম্বিকাপুৰত জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‌এনেদৰে কংগ্ৰেছক চোকা সমালোচনা কৰে ।

এইদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসভাৰ পৰা বৰাক উপত্যকাৰ তিনিটা ঐতিহাসিক আঁচনিৰ ভূমি পূজন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৩,৫৫০ কোটি টকাৰ তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ ভিতৰত ২২,৮৬৪ কোটি টকা ব্যয় ধাৰ্য কৰা পাচঁগ্ৰাম-বৰাপানী ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰিণফিল্ড হাইস্পিড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে।

এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ ফলস্বৰূপে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়তৰ সময় যথেষ্ট হ্ৰাস পাব আৰু যোগাযোগ ব্যৱস্থাও উন্নত হ’ব। এই এক্সপ্ৰেছৱে কাৰ্যক্ষম হ’লে গুৱাহাটীৰ পৰা শিলচৰলৈ যাতায়তৰ সময় আঠ ঘণ্টাৰ পৰা মাত্ৰ পাঁচ ঘন্টালৈ হ্ৰাস পাব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে শিলচৰ চহৰত বহু প্ৰত্যাশিত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে। এক্সপ্ৰেছ কৰিড’ৰ বা উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৫৬৪.৫০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে । লগতে প্ৰধানমন্ত্ৰীয়ে শ্ৰী ভূমি জিলাৰ পাথাৰকান্দি কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে ১২২ কোটি টকা আবণ্টন দিয়া হৈছে।

জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, বিকাশৰ অবিৰত ধাৰাৰে আগুৱাই গৈছে বৰাক।সংস্কৃতি আৰু সাহসেৰে ভৰপূৰ বৰাকলৈ আহিলে বিশেষ অনুভৱ হয়। এই স্থানৰ ইতিহাস, ভাষা সংস্কৃতিয়ে বিশেষ চিনাকি দিছে। এইক্ষেত্ৰখনে অসমকে নহয়, সমগ্ৰ উত্তৰ-পূব আৰু পশ্চিম বংগক সংযোগ কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু স্পন্দনশীলতাৰ দ্বাৰা নিৰ্ধাৰিত ভূমি বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক গভীৰ বিশেষ অভিজ্ঞতা।কিছুমুহূৰ্ত পূৰ্বে উত্তৰ-পূব আৰু বৰাকৰ যোগাযোগৰ বাবে ২২ হাজাৰ কোটিটকীয়া প্ৰকল্পৰ শিলন্যাস হৈছে। এই আচনি নিৰ্মাণ হৈ উঠিলে বৰাক উপত্যকা বাণিজ্যিক কেন্দ্ৰ হৈ উঠিব। লজিষ্টিক হাব হিচাপেও পৰিণত হ’ব বৰাক উপত্যকা। ইয়াৰ ফলত যুৱ প্ৰজন্মৰ নিয়োগৰ সুযোগ আহিব।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, বৰাক উপত্যকা বিভিন্ন ভাষা সংস্কৃতি আৰু পৰম্পৰাৰে ভৰপূৰ। শিলচৰক বৰাক উপত্যকাৰ গেটৱে বুলি কয়। ইয়াৰ বাংলা ভাষাৰ প্ৰচলন যদিও অসমীয়া ভাষাৰো গুঞ্জন শুনা যায়, আন ভাষাৰ মানুহো ইয়াতে বসবাস কৰি আহিছে।

বৰ্তমান ডাবল ইঞ্জিন চৰকাৰৰ কাৰ্যকালত বৰাক উপত্যকা উত্তৰ-পূব ভাৰতৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। এই উন্নয়নমূলক কামবোৰৰ বাবে সকলোকে ধন্যবাদ জনাইছো। স্বাধীনতাৰ পাছত কেইবা দশক উত্তৰ-পূর্বাঞ্চলক দিল্লীয়ে নিজৰ অন্তৰৰ পৰা আঁতৰাই ৰাখিলে৷ কিন্তু বিজেপিয়ে উত্তৰ-পূব ভাৰতক বিকাশৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই কামকাজ কৰি আহিছে। আজি ভূমি পূজন হোৱা পাচগ্ৰাম -বৰাপানী দ্ৰুতবেগী কৰিড’ৰে শিলচৰৰ লগতে মিজোৰাম, মণিপুৰ, আৰু ত্ৰিপুৰা ৰাজ্য উপকৃত হ’ব। ইয়াৰ দ্বাৰা সমগ্ৰ অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ কৃষক ভাই-ভনীসকল উপকৃত হ’ব। বিগত দশকত আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে অসমত পৰৱৰ্তী প্ৰজন্মৰ বাবে ছেমিকন্ডাক্টৰ প্ৰযুক্তিৰ সৈতে জড়িত এক পৰিৱেশ তন্ত্ৰ আৰু প্ৰতিভাৰ বিকাশ ঘটিছে। ইয়াৰ উপৰিও চিকিৎসা প্ৰতিষ্ঠান আৰু শিক্ষাৰ এক শক্তিশালী নেটৱৰ্ক স্থাপনে ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ মুকলি কৰিছে।শিলচৰৰ জনসভাত বৃহৎ সংখ্যক লোকৰ উপস্থিতি ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি তেওঁলোকৰ অদম্য বিশ্বাস দেখুৱাইছে। অচিৰেই শিলচৰ দক্ষিণ-পূব এছিয়াৰ বাণিজ্যিক হাব হৈ উঠিব।

আজি ২২ হেজাৰ কোটি টকাৰো অধিক ধনৰ আচনিৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে, ২২ হাজাৰ কোটি টকাত কিমানটা শূন্য আছে,সেয়া গুনিবলৈ কংগ্ৰেছক কলম কাগজ দি সুধিব কিমানটা শূন্য আছে। তেওঁ কয়, আজি শিলান্যাস হোৱা এই কৰিডৰটো মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা ৰাজ্যৰ লগতে বাংলাদেশ, ম্যানমাৰ আৰু তাৰ পিছত দক্ষিণ এছিয়াৰ সৈতে সংযোগ কৰা হ’ব। তদুপৰি শিলচৰ চহৰত যানজঁট হ্ৰাস কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে এখন উৰণীয়া সেঁতু।এই উৰণীয়া সেঁতু বিশ্ববিদ্যালয়, এন আই টি, চিকিৎসা মহাবিদ্যালয় আদিৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ বাবে সুচল হব ।

ডাবল ইঞ্জিন চৰকাৰে অসমৰ উন্নয়নৰ বাবে কাম কৰি আছে। বিজেপি চৰকাৰে ৰেলপথৰ সম্প্ৰসাৰণ, চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পাট্টা, প্ৰধানমন্ত্ৰী কৃষণ সন্মান নিধি আদি আচনি দিছে। কৃষকক দিয়া হৈছে ২০ হাজাৰ কোটি টকা। দহ বছৰত ২০ হাজাৰ টকা কৃষকক দিয়া হৈছে। কিন্তু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী গুয়াহাটীৰ পৰা নিৰ্বাচিত হৈছিল যদিও অসমৰ উন্নয়নৰ বাবে একোৱেই নিদিলে। তেওঁ কয়, বৰাক উপত্যকাৰ কৃষকসকলেও লাভ কৰিব আৰ্থিক সাহায্য। বৰাক উপত্যকাত কৃষি কলেজ কেৱল ফচলৰ বাবে নহয়, আধুনিক কৃষি কামৰ বাবে পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছে । পিছপৰা গাঁৱৰ উন্নয়ন হৈছে বিজেপিৰ মন্ত্ৰ। সীমান্তৱৰ্তী গাঁওসমূহক প্ৰথম গাঁও হিচাপে গুৰুত্ব দিয়া হৈছে।সীমান্তৰ গাঁৱক ভ্ৰাইব্ৰেন্ট গাঁও হিচাপে গঢ়ি তোলা হ’ব। চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ লগতে সুৰক্ষা আৰু সন্মান প্ৰদৰ্শন কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আজি বৰাক উপত্যকায় দেখিছে উন্নয়নৰ নতুন দিন। বিজেপিয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক সন্মান দিছে। যিসকলক কংগ্ৰেছে গুৰুত্ব নিদিলে, তেওঁলোকক বিজেপিয়ে বহু কল্যাণমূলক প্ৰকল্পত অন্তৰ্ভুক্ত কৰিছে। চাহ বাগিচাত শিক্ষা, স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কিন্তু কংগ্ৰেছৰ দিনত শিক্ষা, স্বাস্থ্য আদি পিছ পৰি আছিল। কংগ্ৰেছৰ দিনত হিংসা আৰু উগ্ৰপন্থী আছিল। নতুন প্ৰজন্মৰ বাবে আই আই টি, মেডিকেল কলেজ, কেন্সাৰ হস্পিতাল আদি নিৰ্মাণ কৰা হৈছে। বিজেপি চৰকাৰে যুদ্ধ পৰিস্থিতিত ভাৰতৰ নাগৰিকক ঘূৰাই আনি সুৰক্ষা দিবলৈ বিচাৰিছ। অইনপিনে কংগ্ৰেছে আতংক সৃষ্টি কৰি মোডীক গালি-গালাজ কৰিবলৈ চেষ্টা কৰিছে। মিছা কথা কোৱাৰ উদ্যোগ এটা গঢ়ি তুলিছে কংগ্ৰেছে ।অসমৰ যুৱক-যুৱতীসকলক কংগ্ৰেছৰ পৰা সাৱধান হ’বলৈ আহ্বান জনায় তেওঁ। এই দিনা দুই লাখৰ অধিক লোকৰ সমাবেশ দেখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে,জনসভাত ৰাইজৰ উপস্থিতিয়ে স্পষ্ট কৰিছে যে আগুন্তক বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয় নিশ্চিত।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কৌশিক ৰয়, মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ কনাদ পুৰকায়স্থ, সাংসদ পৰিমল নিশুক্লবৈদ্য, সাংসদ কৃপানাথ মালা, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক বিজয় মালাকাৰ, বিধায়ক কৰিম উদ্দীন বৰভূঞা প্ৰমুখ্য উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPNarendra Modi
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d