- বছৰটোৰ প্ৰথমটো ভূমিকম্পই জোকাৰিলে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ।
- ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.০ ।
- এই ভূমিকম্পই গুৱাহাটী আৰু অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও অঞ্চলক জোকাৰি গৈছে ।
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনোৱা অনুসৰি শুকুৰবাৰে পুৱা ১০:০২ বজাত ম্যানমাৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল ।
- ভূমিকম্পৰ ফলত আতংকিত হৈ লোকসকল ঘৰৰ পৰা ওলাই আহে ।
- অৱশ্যে এই ভূমিকম্পত কোনো লোক হতাহত আৰু সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ কোনো খবৰ লাভ কৰা নাই ।
Earthquake jolts Assam: বছৰটোৰ প্ৰথমটো ভূমিকম্পই জোকাৰিলে অসম
বছৰটোৰ প্ৰথমটো ভূমিকম্পই জোকাৰিলে অসম

Earthquake jolts Assam