Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Minister Piyush Hazarika: ধনশিৰি নৈৰ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Editor by Editor
January 9, 2025
in Politics, Assam, News
Reading Time: 1 min read
0
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

1
SHARES
9
VIEWS
ShareShareShareShare

ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰি কৈৰীগাঁৱত ধনশিৰি নৈৰ এটা নতুন মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে সমষ্টিটোৰ ৰজাপুখুৰী শ্যামগাঁৱত দুটাকৈ বুদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে | মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ সৈতে কৈৰীগাঁৱত উপস্থিত হৈ কৈৰীগাঁৱৰ পৰা পানজানলৈ ৩.৩১ কোটি টকাৰ পুঁজিৰে ৪.৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কৰে |

ADVERTISEMENT

RelatedPosts

No Content Available
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

এই উপলক্ষে আয়োজিত এখন সভাত অংশ লৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে, চাৰে তিনিটা বছৰৰ আগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক জলসম্পদ বিভাগৰ দায়িত্ব প্ৰদান কৰাৰ পাছৰে পৰা অসমৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে | বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত সময়চোৱাত জলসম্পদ বিভাগে যথেষ্ট সফলতা লাভ কৰিছে । ধেমাজি, মাজুলী, লখিমপুৰ, মৰিগাঁও আদি আগতে সততে বানত আক্ৰান্ত হোৱা জিলাসমূহত প্ৰাথমিকতা প্ৰদান কৰি জলসম্পদ বিভাগে বহু পৰিমাণে বান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে |

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

আগতে বাৰিষাৰ সময়ত বছৰত ৰাজ্যখনত অতি কমেও ৪০ ৰ পৰা ৫০ টা মথাউৰি চিঙিছিল বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে এবাৰ চিঙা মথাউৰি মেৰামতি কৰি পুনৰ বনাবলৈ তেতিয়াৰ চৰকাৰক কমেও ১ ৰ পৰা ডেৰ বছৰ সময় লাগিছিল | কিন্তু এতিয়া ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাম কৰাৰ বাবে বছৰত মাথো ৫ ৰ পৰা ৭ টা মথাউৰিহে চিঙে আৰু মথাউৰি চিঙাৰ ১৫ ৰ পৰা ২৫ দিনৰ ভিতৰতে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে জিঅ’ টিউবৰ সহায়েৰে মথাউৰি মেৰামতি সম্পূৰ্ণ কৰা হয় | বিগত বাৰিষাত মাজুলীৰ যুগুণীধাৰীত ব্ৰহ্মপুত্ৰৰ চিঙা মথাউৰি মাথো ২৫ দিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰা বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

ৰাজ্যত বৰ্তমানে ৪৫০০ কিল’মিটাৰ মথাউৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে আৰু ৪০০ কিল’মিটাৰমান মথাউৰি বনালে ৰাজ্যত বনাব পৰা মথাউৰি সম্পূৰ্ণ শেষ হ’ব | মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বাকী থকা অংশত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি এইবছৰ জলসম্পদ বিভাগে প্ৰায় ২৪০ কিল’মিটাৰ সাঙুৰি ৩৬ টা নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলি তেওঁ মন্তব্য কৰে |

আনহাতে সৰুপথাৰ বিধানসভা সমষ্টিতে বিগত চাৰে তিনিটা বছৰত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৪০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজিৰ অনুমোদন দি কাম কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

পাছত মন্ত্ৰী হাজৰীকাই ৰজাপুখুৰী শ্যামগাঁৱত উপস্থিত হৈ ৰজাপুখুৰী শ্যামগাঁও বুদ্ধ মন্দিৰ উন্নয়ন আঁচনি আৰু ৰজাপুখুৰী তুৰুংগাঁও বুদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে | উল্লেখ্য যে কেইটামান মাহৰ আগতে ৰাজ্য চৰকাৰৰ ’গাঁও চলো’ অভিযানৰ অংশস্বৰূপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই শ্যাম গাঁৱতে নৈশ যাপন কৰিছিল আৰু স্থানীয় ব্যক্তিসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁ গাঁৱৰ বুদ্ধ মন্দিৰ দুটাৰ আন্তঃগাথনি উন্নয়নৰ বাবে ২৫ লাখ আৰু ৪০ লাখ টকাকৈ প্ৰদান কৰিব |

মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতি অনুসৰিয়েই ৰজাপুখুৰী শ্যামগাঁও বুদ্ধ মন্দিৰ আৰু ৰজাপুখুৰী তুৰুংগাঁও বুদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয় | মন্ত্ৰী পীযুষ হাজৰীকাই আজিৰ এই আধাৰশিলা স্থাপন কৰিবলৈ পাই অত্যন্ত আনন্দিত হোৱা বুলি মন্তব্য কৰি কয় যে শ্যাম গাঁৱৰ পৰিৱেশ অত্যন্ত ভাললগা আৰু তেওঁ শ্যামগাঁৱলৈ গৈ সদায়েই অত্যন্ত আনন্দ লাভ কৰে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: জলসম্পদ মন্ত্ৰীজলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকামুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসাংসদ কামাখ্যা প্ৰসাদ তাছা
Editor

Editor

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d