Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Union Minister Sarbananda Sonowal:ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নতুন সভাপতি দিলীপ শইকীয়াক উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংগঠন পৰ্বত কাৰ্যকৰ্তাক সম্বোধন  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 

publisher by publisher
January 17, 2025
in News, Assam, India
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal:ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নতুন সভাপতি দিলীপ শইকীয়াক উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 
1
SHARES
7
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal:

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নতুন সভাপতি হিচাপে আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰা সাংসদ দিলীপ শইকীয়াক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সোণোৱালে কয়, “দীৰ্ঘদিনীয়া অভিজ্ঞতা, সমৰ্পিত সেৱা আৰু সাংগঠনিক দক্ষতাৰে তেখেতে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাত উল্লেখযোগ্য অৰিহণা যোগাইছে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ পথ প্ৰদৰ্শনমৰ্মে দিলীপ শইকীয়াই অসমত সৰ্বজনপ্ৰিয় আমাৰ দলটোক এক নতুন শিখৰত উপনীত কৰোৱাব বুলি আমি দৃঢ় বিশ্বাসী। নতুন কাৰ্যকালৰ সফলতা কামনাৰে তেখেতলৈ মোৰ তৰফৰপৰা যাচিছোঁ অলেখ শুভকামনা।”

ADVERTISEMENT

সোণোৱালে লগতে কয়, “আজি শিল্পী দিৱস। এইছেগতে ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশাল শিল্পীসত্তা, অপূৰ্ব সৃষ্টিসম্ভাৰে অসমীয়া জাতিক ভাষা-কৃষ্টি, সংস্কৃতিৰ দিশেৰে সমৃদ্ধ কৰি থৈ গৈছে। দেশৰ স্বাধীনতা সংগ্ৰামতো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অৱদান অপৰিসীম। বহু কালজয়ী নাট, গীত, কবিতাৰ লগতে অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাৰ সূচনাৰে তেখেতে আমাৰ কলা-সংস্কৃতিৰ জগতত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল, যাৰ সুধাপানেৰে আমি ধন্য হৈছোঁ।”

RelatedPosts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

সোণোৱালে ভাষণ প্ৰসংগত কয়, “জনসংঘ গঠন হোৱাৰ দিনৰ পৰা আজিৰ ভাৰতীয় জনতা পাৰ্টিৰ সংগঠিত ৰূপটো পোৱালৈ, দলটোৱে ৰাজনীতিৰ পথাৰত এক দীৰ্ঘদিনীয়া সময় অতিক্ৰম কৰিছে। এই সময়ছোৱাত যিসকল ব্যক্তিয়ে দলটোৰ বাবে প্ৰাণাহুতি দিলে, ম‌ই তেওঁলোকক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আমি প্ৰত‍্যেকেই ভাৰতীয় জনতা পাৰ্টিৰ একো-একোজন কাৰ্যকৰ্তা। আমি উপলব্ধি কৰোঁ যে বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৰ সেৱাৰ্থে সকলোৱে সংকল্পবদ্ধ হৈছোঁ।

দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্ব আৰু আমাৰ সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজি অসমে প্ৰাণ পাই উঠিছে। জনকল‍্যাণমূলক আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰাৰ বাবে দেশৰ কোটি কোটি জনতা উপকৃত হৈছে। যুৱক-যুৱতী, বৃদ্ধ, মহিলা আৰু শিশুসকলৰ সমান্তৰাল বিকাশ সম্ভৱ হৈ উঠিছে। অসম প্ৰদেশ বিজেপিৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শ‌ইকীয়াৰ নেতৃত্বত আমি আগন্তুক সকলো নিৰ্বাচনত জয়যুক্ত হ’বলৈ যুঁজ দিব‌ লাগিব। দলৰ মাজত আন্তৰিকতা, শ্ৰদ্ধা-ভক্তি, মৰম-চেনেহ যিমান বাঢ়িব, সিমানেই দল শক্তিশালী হ’ব।

ম‌ই বিদায়ী সভাপতি ভৱেশ কলিতাকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ নেতৃত্বত দলে বিভিন্ন কাৰ্যসূচী হাতত লৈ সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ’ল। লগতে ম‌ই নৱনিৰ্বাচিত সভাপতি দিলীপ শ‌ইকীয়াক প্ৰতিশ্ৰুতি দিলোঁ যে শতকৰা এশ শতাংশ সহযোগিতাৰে আমি দলৰ প্ৰতি সমৰ্পিত ভাৱনাৰে কাম কৰি যাম।”

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d