Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Tiktok-Reels: Handwriting: মৃত্যুমুখী হাতে লিখা অভ্যাস, ক্ষতি মগজুৰ

publisher by publisher
January 23, 2025
in News, International, National
Reading Time: 1 min read
0
Tiktok-Reels: Handwriting: মৃত্যুমুখী হাতে লিখা অভ্যাস, ক্ষতি মগজুৰ
1
SHARES
10
VIEWS
ShareShareShareShare
Tiktok-Reels: Handwriting মৃত্যুমুখী হাতে লিখা অভ্যাস, ক্ষতি মগজুৰ
আজিৰ টিকটক-ৰীলছৰ পৃথিৱীত ক্ৰমশঃ অর্থহীন হৈ পৰিছে হাতে লিখাৰ অভ্যাস
শিশু-‘জেনেৰেছন জেডে’ই নহয়, বয়স্কসকলৰ বাবেও অচিনাকি হৈছে হাতৰ আখৰ

বিশ্বৰ এক তৃতীয়াংশ প্রাপ্তবয়স্কই ছমাহত হাতেৰে এটাও আখৰ নিলিখে

ADVERTISEMENT

মাত্র এক কলা বা যোগাযোগৰ মাধ্যম নহয়, ইয়াৰ স’তে আছে মগজুৰ বিকাশৰ সম্পৰ্ক

RelatedPosts

মদ-চিগাৰেটৰ তুলনাত মস্তিষ্কৰ অধিক ক্ষতিকাৰক সামাজিক মাধ্যমৰ ৰীল

১৬ অনূর্ধ্ব বয়সৰ বাবে অস্ট্রেলিয়াত বন্ধ হ’ল ফে’চবুক-ইনষ্টাগ্রাম-টিক্টক

টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Copy of Untitled

: আপোনাৰ হাতৰ আখৰে আপুনি কোন সেয়া নির্ধাৰণ কৰে বুলি কোৱা হয়। একোজন ব্যক্তিৰ হাতৰ আখৰ তেওঁৰ ব্যক্তিত্বৰ পৰিচায়ক। আপুনি এজন শৃংখলিত ব্যক্তি নে আপোনাৰ মনত সোমাই আছে অযুত কল্পনা, সেয়া আপোনাৰ হাতৰ আখৰ নিৰীক্ষণ কৰি নিৰ্ধাৰণ কৰিব পাৰে বুলি কোৱা হয়।

হেজাৰ হেজাৰ বছৰ ধৰি হাতৰ আখৰে আমাক সমগ্র সভ্যতাৰ বিষয়ে শিকনি দিছে। মানুহে কিদৰে নিজস্ব চিন্তা এজনে আনজনক প্রকাশ কৰিছিল সেই কথাও দাঙি ধৰে হাতৰ আখৰেই। হস্তাক্ষৰৰ আঁত ধৰিয়ে আমি ইতিহাসৰ পৃষ্ঠা লুটিয়াব পাৰো। আমি নিজৰ বিষয়ে পাহৰি যোৱা কথাবোৰ মনত পেলাবলৈ সহায় কৰে হস্তাক্ষৰেই। আমাৰ প্ৰিয়জনৰ পৰা লাভ কৰা জন্মদিনৰ কাৰ্ড, প্রিয় শিক্ষকৰ পৰা লাভ কৰা হাতেলিখা বার্তা অথবা আপুনি ভিৰ গৰকি সংগ্ৰহ কৰা কোনো বিখ্যাত লোকৰ স্বাক্ষৰযুক্ত এলবাম।

হাতৰ আখৰ কেৱল সভ্যতাৰ পৰিচয়ৰ বাহকে নহয়, ইয়াৰ আছে বহু উপকাৰিতা। হাতেৰে লিখিলে মগজু সক্রিয় হৈ থাকে। দৃশ্য-ছবি আদি ভিজুৱেল চিনাক্তকৰণৰ ক্ষমতা বর্ধন হয়। তদুপৰি সাধাৰণভাৱে হাতৰ আখৰ লিখা অভ্যাসে স্মৃতিশক্তিও বৃদ্ধি কৰে। অর্থাৎ হাতে লিখা অভ্যাস নোহোৱা মানে এনে বোধগম্যতাসমূহ হেৰুওৱা, নিজৰ ব্যক্তিত্ব হেৰুওৱাৰ দৰে। অথচ মানৱ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ হাতৰ আখৰ লিখাৰ অভ্যাস আপুনি ক্রমশঃ হেৰুৱাইছে নেকি? নতুন প্ৰজন্মৰ কথা বাদেই দিয়ক, সাম্প্রতিক সময়ত বয়স্কসকলেও হেৰুৱাইছে হাতেৰে লিখাৰ অভ্যাস।

কিয়নো আমি বর্তমান এখন ডিজিটেল পৃথিৱীত বাস কৰো। সহযোগী, সতীর্থ, বন্ধু-বান্ধৱকে ধৰি গেলামালৰ দোকানৰ তালিকা পর্যন্ত সকলো আজিৰ দিনত অধিকাংশ লোকে বিশ্বজুৰি ম’বাইল ফোনতে লাভ কৰে। এয়া সাধাৰণভাৱে কোৱা কথা নহয়, বিভিন্ন গৱেষণা উপলব্ধ তথ্য। ফোন, কম্পিউটাৰে আমাৰ লিখাৰ অভ্যাসৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। অর্থাৎ লিখাৰ অভ্যাস এতিয়া মৃত্যুমুখী। শিক্ষক-শিক্ষয়িত্রীৰ মতে, ইয়াৰ ফলত কোনো হানি-বিঘিনি নঘটে। কিয়নো হাতে লিখাৰ প্রয়োজনেই নোহোৱা হৈছে।

বিদ্যালয়সমূহত ক্রমশঃ অন্তর্ধান হৈছে হাতৰ আখৰ। আমেৰিকাৰ দৰে দেশত সৰু ল’ৰা- ছোৱালীক হাতেৰে লিখিবলৈ শিকোৱা নহয়। ফিনলেণ্ডত কণ কণ শিশুৰ বিশেষ আর্হিমূলক হাতৰ আখৰ লিখাৰ শিক্ষণ ব্যৱস্থা বিদ্যালয়ৰ পৰা বিলোপ কৰা হৈছে। ছুইজাবলেগুতো এই ব্যৱস্থা বিভিন্ন বিদ্যালয়ৰ পৰা নোহোৱা হৈছে। ভাৰততো বহু ৰাজ্যতে এতিয়া কণ কণ শিক্ষার্থীয়ে হাতেৰে আখৰ লিখা অভ্যাস কৰিব নালাগে। এয়া হৈ পৰিছে প্রচলিত ব্যৱস্থা।

শেহতীয়া সমীক্ষা অনুসৰি, সভ্যতাৰ স্বাক্ষৰ বহনকাৰী হাতে লিখাৰ প্রয়োজনীয়তা এইদৰে ক্রমশঃ বিলুপ্ত হ’বলৈ ধৰাত ই একেবাৰে নিশ্চিহ্ন হ’ব বুলি বিভিন্ন গৱেষকে শংকা ব্যক্ত কৰে। বিশ্বজুৰি এক তৃতীয়াংশ শিশুৱে স্পষ্টকৈ অর্থাৎ বুজিব পৰাকৈ হাতৰ আখৰ লিখিব নাজানে। ছাত্ৰ-ছাত্ৰীৰ বাবে হাতৰ আখৰ এক আদিম ভাষা হৈ পৰিব, সেইদিন অতি চমু চাপিছে। সঁচাকৈ এয়া এক দুখৰ বিষয়।

কেৱল স্কুলীয়া ছাত্র-ছাত্রীৰ বাবে হাতৰ আখৰ অপৰিচিত নহয়, বয়স্কসকলৰ বাবেও এতিয়া হাতৰ আখৰ অচিনাকি হ’বলৈ ধৰিছে। সমীক্ষা অনুসৰি, এক তৃতীয়াংশ শিক্ষিত প্রাপ্তবয়স্কই ছমাহত হাতেৰে এটা শব্দও নিলিখে। দুই-তৃতীয়াংশই আনৰ হাতৰ লিখা পঢ়িবলৈ অপাৰগতা প্রদর্শন কৰে। টিকটক, ৰীল, ছেলফিৰ আজিৰ যুগত বাস্তৱ পৃথিৱীত হাতৰ আখৰ যেন অর্থহীন বিষয় হৈ পৰিছে। এয়া এতিয়া বাস্তৱ।

গৱেষকসকলৰ মতে, এয়া এক উদ্বেগৰ আৰু একে সময়তে মানুহৰ বাবে ক্ষতিকাৰক বিষয়। এক সমীক্ষাত কণ কণ শিশুক দুটা পদ্ধতিৰে লিখিবলৈ দিয়া হৈছিল- একাংশই হাতেৰে লিখিবলৈ চেষ্ট কৰিছিল আৰু আন একাংশই কম্পিউটাৰত। এই অনুশীলনৰ পাছত শিশুসকলৰ মগজুৰ স্কেনিং কৰি দেখা গ’ল যে যিসকল শিশুৱে হাতেৰে লিখিছিল তেওঁলোকৰ মগজু অধিক সক্রিয় আৰু কম্পিউটাৰত লিখাসকলৰ মগজুৰ সক্রিয়তা তুলনামূলকভাৱে দুর্বল।

এনে পৰিপ্ৰেক্ষিতত দ্রুত বিকশিত আমাৰ এই ডিজিটেল পৃথিবীত বিশেষকৈ তৰুণ প্রজন্মৰ বাবে হস্তাক্ষৰ এক হেৰাই যোৱা কলাৰ দৰে হ’বলৈ ধৰিছে। ‘৯০ৰ দশক আৰু ২০১০ৰ মাজত জন্মগ্রহণ কৰা প্ৰজন্মৰ বাবে হাতৰ আখৰ এক দুর্বোধ্য ভাষা। তথ্য অনসৰি, এই প্রজন্ম (জেনেছেন জেড) ব ৪০ শতাংশই লিখিব নাজানে। যাৰ ফলত তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ বাধাগ্রস্ত হোৱাই নহয়, ব্যক্তিগত যোগাযোগৰ অৰ্হতাও হ্রাস পায়। ইউনিভাৰচিটি অৱ ষ্টেভেনগাৰৰ এক শেহতীয়া অধ্যয়ন অনুসৰি প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। সেই অনুসৰি, জেনেছেন জেড-এ হাতে লিখি যোগাযোগ সম্পন্ন কৰাৰ দক্ষতা হেৰুৱাইছে। এয়া এনে এক দক্ষতা যি ৫৫০০ বছৰ ধৰি মানুহৰ যোগাযোগৰ মূল চাবিকাঠি।

গৱেষকসকলে কয় যে হোৱাটছএপৰ দৰে এপসমূহ আৰু ইনস্টাগ্রামৰ দৰে সামাজিক মাধ্যমৰ ছাইটসমূহে মানুহক দ্রুত বাৰ্তালাপৰ মঞ্চ দিছে। ইয়াত থকা একোটা শব্দৰ চমু ৰূপ আৰু আৱেগ-অনুভূতি প্রকাশৰ সংকেত চিহ্ন (ইম’জি) সমূহৰ ফলত মুহূৰ্তৰ ভিতৰতে এজনে আনজনলৈ বার্তা প্ৰেৰণ কৰিব পাৰে। এই মঞ্চসমূহ এতিয়া মানুহৰ হাতৰ মুঠিলৈ অহাৰ লগে লগে বিশেষকৈ তৰুণ প্রজন্মৰ মাজত হাতেবে লিখাটো দুৰূহ বিষয় হৈছে। আজিকালি কী ব’ৰ্ড আৰু ম’বাইলৰ স্ক্ৰীণত স্পর্শ কৰি স্কুলীয়া শিক্ষাৰ পৰা আৰম্ভ কৰি আন বৃহৎ আদান-প্রদান কৰাটো সম্ভৱ হৈছে।

একাংশ বিশেষজ্ঞৰ মতে, জেনেছেন জেড মানৱ সভ্যতাৰ প্ৰথমটো প্রজন্ম যিয়ে প্রকৃতার্থত হাতত কলম তুলি লোৱা নাই। একাংশই কয় যে ইয়াৰ ফলত তথ্যৰ সৰবৰাহ আৰু এজনে আনজনৰ স’তে সম্পর্ক স্থাপনৰ ক্ষেত্ৰখনতো ব্যাপক পৰিৱৰ্তন সাধন হৈছে। ডিজিটেল যোগাযোগ এতিয়া আমাৰ অভ্যাসত পৰিণত হোৱাৰ লগে লগে আমি হাতে লিখা টোকাটোৱে আনি দিয়া আত্মিক সম্পর্ক অথবা ব্যক্তিগত যোগাযোগৰ অনুভৱৰ সুৱাস হেৰুৱাবলগীয়া হৈছে।

কেৱল এয়েই নহয়, হাতেৰে লিখাৰ অভ্যাস মগজুৰ উন্নয়নৰ বাবে অতি প্রয়োজনীয় বিষয়। টাইপিঙৰ দ্বাৰা মগজুৰ উন্নয়ন তুলনামূলকভাবে হাতেৰে লিখাতকৈ কম সাধন হয়। আপুনি কি পঢ়ে অথবা কি শুনে তাৰ বোধগম্যতা অর্জন হাতেৰে লিখাজনৰ বাবে অধিক তীক্ষ্ণ হয়। যিকোনো কথা মনত ৰখাৰ শক্তিও বৃদ্ধি পায় আৰু শিক্ষণৰ দক্ষতাও বৃদ্ধি পায়। বিশ্বৰ একাধিক বিশ্ববিদ্যালয়ৰ পৰা এনে বিভিন্ন তথ্য সংগ্ৰহ কৰিছে গৱেষকসকলে।

কোৱা হৈছে জেনেৰেছন জেডৰ শিক্ষার্থীসকলক হাতেৰে লিখিবলৈ ক’লে তেওঁলোক যেন উচপ খাই উঠে, যেন বিবুধিত পৰে আৰু কি কৰিব উৱাদিহ হেৰুৱায়। কিয়নো তেওঁলোকৰ লিখাৰ অভ্যাস নাই। কোনোমতেহে দুই-এটা বাক্য অতি বেয়া হাতৰ আখৰৰে লিখিব পাৰে । এই ক্ষেত্রত অধ্যয়ন কৰা এনে এজন আগশাৰীৰ অধ্যাপকৰ মতে, আজিকালি কলেজীয়া ছাত্র-ছাত্রীৰ মাজত সাধাৰণ জ্ঞানৰ অভাৱ ঘটিছে। বহুতেই বাক্যবোৰ ভালদৰে সজাই-পৰাই লিখিব নোৱাৰে। তদুপৰি দীঘলীয়া বাক্য লিখিবলৈ অসুবিধাৰ সম্মুখীন হয়। তেওঁলোকে সামাজিক মাধ্যমৰ প’ষ্টৰ দৰে সৰু সৰু বাক্য লিখে, ৰচনা লিখিব নোৱাৰে।

এই ক্ষেত্রত অৱশ্যে সামাজিক মাধ্যমৰ প্রভাৱ নুই কৰিব নোৱাৰি। কিয়নো টুইটাৰৰ দৰে ছাইটত লিখিবলৈ হ’লে আপুনি চুটি বাক্য লিখাত পাকৈত হ’ব লাগিব। যেন আপুনি কাৰোবাৰ স’তে মুখামুখিকৈ কথা পাতিছে।

বিশ্বজুৰি যোগাযোগৰ ক্ষেত্ৰত এই পৰিস্থিতিত প্রত্যাহ্বানৰ সৃষ্টি আশংকাৰে গা কৰি উঠিছে। এই পৰিৱৰ্তিত সময়ৰ মাজেৰে গতি কৰাৰ সময়ত শিক্ষক-শিক্ষয়িত্রী, পিতৃ-মাতৃ আৰু নীতি নির্ধাৰকসকলৰ ভূমিকা অতি গুরুত্বপূর্ণ বিবেচিত হয়। ডিজিটেল পদ্ধতি আৰু পূৰ্বৰ হাতে লিখাৰ অভ্যাসৰ সমিলমিলেৰে বিশ্বজুৰি শিক্ষা ব্যৱস্থাৰ নৱৰূপৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে গৱেষকসকলে। সাম্প্রতিক বিশ্ব আৰু হাতে লিখাই একমাত্র য’ত সম্বল আছিল এই দুই বিশ্বৰ মিশ্ৰণৰে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা-পাঠ্যক্রমে ভৱিষ্যৎ প্রজন্মৰ বোধগম্যতা অটুট ৰখাত সহায় কৰিব বুলি বিশ্বৰ বিভিন্ন বিশেষজ্ঞই মত প্রকাশ কৰে।

সেয়েহে আগ্রাসী প্রযুক্তিৰ ধামখুমীয়াৰ লগতে হাতেৰে লিখাৰ সেইদিনবোৰৰ পৰাও প্রয়োজনীয় সমল আজিৰ বিশ্বই ভবিষ্যৎ প্রজন্মৰ জীৱন ধাৰণৰ বোধগম্যতা অটুট ৰখাৰ বাবে আহৰণ কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: handwring skillsloosing artReelsTIKTOK
publisher

publisher

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d