GMCH Supt.Dr. Abhijit Sarma:
🔷জিএমচিএইছৰ অধীক্ষকৰ বিৰুদ্ধে গোচৰ ৰজু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷
ADVERTISEMENT
🔷 ৰঙিয়া থানাত এজাহাৰ দাখিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া গোটৰ ৷
🔷এজাহাৰ দাখিল কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া গোটৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই ৷
🔷 POCSOৰ আইনত অধীনত ৰজু হৈছে গোচৰ ৷