Asom Sahitya Sabha Awards:
# অসম সাহিত্য সভাই প্রদান কৰিব এই সকলক বিশেষ বঁটা
▶️নীলমণি সেন ডেকাক প্ৰদান কৰিব ‘অম্বিকাগিৰী ৰায় চৌধুৰী বঁটা’ ৷
▶️ নলিনীবালা হাজৰিকাক ‘বাসন্তী বৰদলৈ বঁটা’৷
▶️ পাচগোপাল চক্ৰৱৰ্তীক ‘সীতানাথ ব্রহ্মচৌধৰী সোঁৱৰণী বঁটা’ ৷
▶️ জয়কান্ত শৰ্মাক প্ৰদান কৰি হ’ব ‘ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বটা’।
▶️ প্রমোদ কলিতাক ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’৷
▶️ সুমিত্রা হাজৰিকাক ‘হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা’ ৷
▶️ অপৰাজিতা পূজাৰীলৈ ‘গিৰিধৰ শৰ্মা বঁটা’ ৷
▶️অদিতি খাউণ্ডক ‘প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা’৷
▶️চন্দনা পাঠকক ‘নকল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা’ ৷
▶️ হৰিন্দ্ৰ মোহন নাথক ‘দুর্গাধৰ বৰকটকী সোঁৱৰণী বঁটা’ ৷
▶️ শংকৰ কমাৰ দাসক ‘গোপালচন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা’ ৷
▶️ অর্কিড অৱ আচামলৈ ‘হৰিপ্ৰসাদ নেওগ মদ্রণ অলংকৰণ বঁটা’ ৷