Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

EAM Subrahmanyam Jaishankar in London:লণ্ডনত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ওপৰত আক্ৰমণৰ চেষ্টা !

ফালিলে ভাৰতৰ পতাকা ! আঁৰত কোন ?

publisher by publisher
March 6, 2025
in India
Reading Time: 2 mins read
0
EAM Subrahmanyam Jaishankar in London:লণ্ডনত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ওপৰত আক্ৰমণৰ চেষ্টা !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ

Bindabani Bastra:আনিবলৈ আজি চুক্তি ব্রিটিছ মিউজিয়ামৰে

EAM Subrahmanyam Jaishankar in London:

ব্ৰিটেইন ভ্ৰমণৰ সময়ত আক্ৰমণৰ বলি হ’ল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। অভিযোগ অনুসৰি লণ্ডনৰ ছাথাম হাউছৰ সন্মুখত জয়শংকৰক আক্ৰমণৰ চেষ্টা। লণ্ডন আৰক্ষীৰ সন্মুখতে খালিস্তানী উগ্ৰবাদীয়ে ফালিলে ভাৰতীয় পতাকা ।

ADVERTISEMENT

তথ্য অনুসৰি বুধবাৰে নিশা ছাথাম হাউচত এখন আলোচনা চক্ৰত অংশ ল’বলৈ গৈছিল জয়শংকৰে। সেই সময়তে খালিস্তানি পন্থী প্ৰতিবাদকাৰীসকল অলপ দূৰত ৰাস্তাত সমবেত হৈছিল।

আৰক্ষীৰ সন্মুখতে তেওঁলোকে ভাৰত বিৰোধী শ্ল’গান দিয়ে । জয়শংকৰে কাৰ্যসূচীটো এৰি অহাৰ সময়তে এজন ব্যক্তি হঠাতে প্ৰতিবাদকাৰীৰ ভিৰৰ পৰা তেওঁৰ গাড়ীৰ সন্মুখত আহি ভাৰতীয় পতাকা ফালি দিয়ে ।

উল্লেখ্য যে,এই আক্ৰমণৰ আঁৰত খালিস্তান পন্থী নেতা গুৰপতৱন্ত সিং পান্নুনৰ সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছএফজে)ৰ হাত আছে বুলি ধাৰণা কৰা হৈছে। বিগত সময়ত এই সংগঠনৰ সদস্যসকলে স্কটলেণ্ডৰ গ্লাছগোৰ এলবাৰ্ট ড্ৰাইভ গুৰুদ্বাৰাত ব্ৰিটেইনত থকা ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দুৰাইস্বামীক আক্ৰমণ কৰিছিল। লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আক্ৰমণৰ চেষ্টা চলাইছে এছ এফ জিৰ বিৰুদ্ধে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EAM Subrahmanyam JaishankarIndian FlagKhalisthani protestLondon
publisher

publisher

Related Posts

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d