Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এবছৰত ৩৬,০১৪ কোটি টকাৰ বেংক প্ৰবঞ্চনা 

    এবছৰত ৩৬,০১৪ কোটি টকাৰ বেংক প্ৰবঞ্চনা 

    Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন

    Artificial Flood In Guwahati: স্মার্ট চিটিত বন্যাপীড়িতৰ বিননি,বোন্দাত ভূমিস্খলনত শিশু,মহিলাসহ ৫জনৰ মৃত্যু

    থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!

    থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!

    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Two youths killed in road accident abroad:ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়োৰে !

কিন্তু মাঘৰ ঘাটতেই অন্তৰ্দ্ধান হ'ল তেওঁলোকৰ ভাৱনাৰ নাও, ৰহঢলাত একেলগে জ্বলিল দুখনকৈ চিতা

publisher by publisher
February 3, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Two youths killed in road accident abroad:ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়োৰে !
1
SHARES
13
VIEWS
ShareShareShareShare

Two youths killed in road accident abroad:

এইবেলি ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়ো । আপোনভূমিৰ ঘৰ দুখনতো কিছু উন্নয়নৰ পৰশ দিয়াৰ কথা আছিল । পৰিয়ালৰ জ্যেষ্ঠ সকলক ন-বস্ত্ৰ দান কৰি বিহুৰ সেৱা জনোৱাৰ পৰিকল্পনা আছিল দুয়োৰে । ভাবিছিল সাত বিহুৰ ভিতৰতে ঘৰৰ সকলোকে কথাষাৰ কাণচোৱাই পিছৰটো ব’হাগলৈ তহঁতৰ লগ এগৰাকী বাঢ়িব বুলি মনৰ সাঁচতীয়া কথাবোৰ দুয়োৱে পৃথককৈ প্ৰকাশ কৰিব । কিন্তু সেয়া নহ’ল ।

ADVERTISEMENT

ভাৱনাৰ নাওখন আহি চ’তৰ ঘাট নৌপাওঁতেই মাঘৰ ঘাটতেই কাললৈ অন্তৰ্দ্ধান হ’ল । নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে দুয়োৰে প্ৰাণ । ঘৰৰ পৰা ২,৩৮০ কিলোমিটাৰ (পথ দৈৰ্ঘ্য) নিলগৰ ৰাজস্থানৰ উদয়পুৰৰ এক ব্যস্ত পথত শিল হ’ল দুয়োৰে শৰীৰ । এক শোকাৱহ পথ দুৰ্ঘটনাত অতীত হ’ল একে গাঁৱৰে প্ৰায় সমবয়সীয়া দুই পৰিশ্ৰমী যুৱক । তেওঁলোক দুয়ো হৈছে বিদ্যুত বৰদলৈ (২৯) আৰু কণ্টক বৰদলৈ (৩১) ।

RelatedPosts

আকবৰে জোধাবাইক বিয়া কৰোৱা নাই ,মিছা কথা লিখা আছে ইতিহাসৰ কিতাপত!

আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি, কিন্তু সন্ত্ৰাসবাদৰ দ্বাৰা কি পালে আপোনালোকে ? পাকিস্তানক প্ৰশ্ন 

Gohpur Accident :গহপুৰৰ ব্ৰহ্মাজানত শোকাৱহ পথ দুৰ্ঘটনা

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গোঁসাইবৰি ডাকঘৰৰ এলেকাধীন ৰহঢলা গাঁৱৰ এই দুই যুৱকে দহ বছৰ পূৰ্বেই সংস্থাপনৰ বাবে ঢাপলি মেলিছিল ৰাজস্থানলৈ । এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল দুয়ো । যোৱা ৩০ জানুৱাৰীত কৰ্মস্থলীৰ সমীপতে বন্ধু এগৰাকীৰ মটৰ চাইকেল লৈ দুয়ো বজাৰ কৰিবলৈ ওলাই গৈছিল । কিন্তু সেই যে গ’ল তেওঁলোক আৰু সোঁশৰীৰে ঘূৰি নাহিল ।

ইয়াৰ পৰিৱৰ্তে আজি পুৱা ঘটনাৰ পঞ্চমটো দিনত জন্মভূমিলৈ ঘূৰি আহিল দুয়োৰে নিথৰ দেহ । এখন পানীভৰ্ত্তি টেংকাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় একে গাঁৱৰে দুই যুৱক । তেওঁলোকৰ কৰ্মৰত উদ্যোগ গোষ্ঠীৰ তৎপৰতাত আজি এখন বগা ৰঙৰ এম্বুলেন্সত লৈ অনা হয় দুয়োৰে অপাৰ্থিৱ দেহ ।

সেমেকা শোকাচ্ছন্ন পৰিৱেশত দাউ দাউকৈ জ্বলি উঠে দুখনকৈ চিতা । আজি পুৱা ৯ বজাত শতাধিক লোকৰ উপস্থিতিত ৰহঢলাৰ জনজাতি শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় দুয়োৰে । দহ ফুট ব্যৱধানৰ দুখনকৈ চিতাৰ জুয়ে গ্ৰাস কৰে তেওঁলোকৰ অৱয়ব । কাৰণ জুয়ে নুবুজে মৰম, দয়া । নকৰে কাকো ক্ষমা । দুখনকৈ চিতাৰ জুই একেলগে জ্বলিছিল যদিও আজি সমগ্ৰ দিনটো আন্ধাৰ সদৃশ হৈ আছিল গাঁওখনি । বহুতৰে আখলৰ পৰা ওলোৱা নাছিল ধোঁৱা । এয়াই হয়তো অনাকাংক্ষিত সেই ঘটনাৰ অন্য এক পৰিঘটনা …।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RajasthanRoad AccidentTwo youths killed
publisher

publisher

Related Posts

এবছৰত ৩৬,০১৪ কোটি টকাৰ বেংক প্ৰবঞ্চনা 
India

এবছৰত ৩৬,০১৪ কোটি টকাৰ বেংক প্ৰবঞ্চনা 

May 31, 2025
Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন
Assam

Artificial Flood In Guwahati: স্মার্ট চিটিত বন্যাপীড়িতৰ বিননি,বোন্দাত ভূমিস্খলনত শিশু,মহিলাসহ ৫জনৰ মৃত্যু

May 31, 2025
থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!
News

থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!

May 31, 2025
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
News

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

May 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d