Margherita Incident:মাৰ্ঘেৰিটাৰ ৰাজপথত কয়লা মাফিয়াৰ মুকলি মাৰপিট

mafia

Margherita Incident:

✅ মাৰ্ঘেৰিটাৰ ৰাজপথত কয়লা মাফিয়াৰ মুকলি মাৰপিট
✅  বিজেপি যুৱ মৰ্চাৰ নেতা তথা মাফিয়া ৰাকেশ জয়ছোৱালক গুৰুলা গুৰুলকৈ প্ৰহাৰ
✅  মাৰ্ঘেৰিটাৰ আন একাংশ স্থানীয় মাফিয়াই পিটন দিলে ৰাকেশ জয়ছোৱালক
✅  লেখাপানী আৰক্ষী থানাত দুই পক্ষৰ গোচৰ
✅ অবৈধ কয়লা খননক লৈ এই মাৰপিট
✅ নিৰ্বিকাৰ প্ৰশাসন

Exit mobile version