57.7% voter turnout in Delhi at 5 p.m:দিল্লীত ৫ বজালৈকে ভোটদানৰ হাৰ ৫৭.৭ শতাংশ

delhi bb

57.7% voter turnout in Delhi at 5 p.m:

দিল্লীৰ বিধানসভাৰ আজি সম্পন্ন হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ মাত্ৰ ৫৭.৭ শতাংশ ৷ দিল্লী প্ৰদেশ নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ সদৰি কৰা মতে, সন্ধিয়া ৫ বজাৰ লৈকে দিল্লীত ৫৭.৭০% শতাংশ ভোটাৰে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ

আনহাতে সৰ্বাধিক ভোটদান হয় মুস্তাফাবাদত ৷ ভোটদানৰ হাৰ আছিল ৬৬.৬৮ শতাংশ আৰু ৪৭.৫ শতাংশ ভোটদানেৰে সৰ্বনিম্ন ভোটদান হয় কেৰল বাগ এচিত ৷

Exit mobile version