Assam wins two gold medals in boxing:
➡️ ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ বাবে ভাল খবৰ ৷
➡️ উজ্জ্বলি উঠিল অসমৰ দুই বক্সাৰ ৷
➡️ বক্সিঙত দুটাকৈ সোণৰ পদক লাভ অসমৰ ৷
➡️ প্ৰথমটো সোণৰ পদক লাভ অংকুশিতা বড়োৰ ৷
➡️ বক্সিঙত দ্বিতীয়টো সোণৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ ৷