Delhi Poll Result:
▶️ দিলীত কোনে পালে কিমান আসন আসন ৷
▶️ দিল্লী হাই ভল্টেজ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷
▶️ শূন্যতে স্তব্ধ কংগ্ৰেছ ৷
▶️ বিজেপিৰ হাতলৈ গ’ল ৪৭ টা সমষ্টি ৷
▶️ হেট্ৰিক কৰিব নোৱাৰিলে কেজৰিয়ালৰ দল আপে ৷
▶️ ২৩খন আসনতে সীমাবদ্ধ থাকিল আম আদমী পাৰ্টি ৷