Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

‘উন্নয়ন, সুশাসনৰ জয়!’ দিল্লীবাসীক কি ‘গেৰাণ্টী’ দিলে মোদীয়ে?

publisher by publisher
February 8, 2025
in National
Reading Time: 1 min read
0
Narendra Modi on Budget Session 2025:১০ বছৰত প্রথম কোনো বিদেশী ইন্ধন নাই’ !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দোস্ত দোস্ত না ৰহা..?

বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ

মোডী আমেৰিকাৰ পৰা উভতি অহাৰ পাছত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান !

‘উন্নয়ন, সুশাসনৰ জয়!’ দিল্লীবাসীক কি ‘গেৰাণ্টী’ দিলে মোদীয়ে?

২৭ বছৰৰ অন্তত বিজেপিৰ দখলত ৰাজধানী । দিল্লী বিধানসভা নিৰ্বাচনত পৰাজিত হৈছে আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ । বিজয়ৰ বাতৰি পোৱাৰ পাছতে ছ’চিয়েল মিডিয়া বাৰ্তা দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ADVERTISEMENT

জনসাধাৰণৰ এই ৰায়ক আদৰণি জনাইছে মোডীয়ে ।

সামাজিক মাধ্যমত তেওঁ লিখিছে,””দিল্লীৰ ভাই-ভনীসকলৰ এই ৰায়ক মই বিনম্ৰভাৱে গ্ৰহণ কৰিছো।” দিল্লী নিৰ্বাচনত ঐতিহাসিক ফলাফলৰে বিজেপিক ক্ষমতালৈ অনাৰ বাবে ধন্যবাদ। ৰাইজৰ পৰা এই আশীৰ্বাদ লাভ কৰি আমি অতি গৌৰৱান্বিত।”

লগতে তেওঁ লিখিছে, ‘আমি নিশ্চয়তা দিছো যে ই দিল্লীৰ উন্নতি সাধন কৰিব। এখন উন্নত ভাৰতৰ বাবে যি লাগে আমি কৰিম। আমাৰ মূল লক্ষ্য দিল্লীবাসীক এক উন্নত জীৱন প্ৰদান কৰা।”

প্ৰসংগক্ৰমে শনিবাৰে পুৱা ভোট গণনা হোৱাৰ মুহূৰ্তৰ পৰাই আম আদমী পাৰ্টিয়ে ‘অশুভ’ সংকেত পাই আছিল । সময়ৰ লগে লগে ই সঁচা হ’বলৈ ধৰিলে। অৰবিন্দ কেজৰিৱালৰ পৰা মনীষ ছি’দিয়ালৈকে ইজনৰ পাছত সিজন হেভিৱেট প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা পৰাজিত হৈছে ।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিজেপিৰ পৰ্বেশ ভাৰ্মাৰ হাতত পৰাস্ত হয়।

২০১৩ চনৰ পৰা নতুন দিল্লী সমষ্টিৰ বিধায়ক হৈ আছেকে জৰিৱাল। আজিৰ দিনটোত ভোটগণনা আৰম্ভ হোৱাৰ পৰাই হেঁচাত পৰিছিল কেজৰিৱাল ।যদিও এবাৰ দুবাৰ অগ্ৰগতি লাভ কৰিছিল বেছিভাগ সময়তে তেওঁ বিজেপিৰ প্ৰাৰ্থীৰ পাছতেই আছিল।

দিনটো পাৰ হোৱাৰ লগে লগে ছবিখন স্পষ্ট হ’বলৈ ধৰিলে। ২৭ বছৰৰ মূৰত দিল্লীলৈ উভতি আহিলবিজেপিৰ । যাদুকৰী সংখ্যাৰ বাহিৰেও একক সংখ্যাগৰিষ্ঠতা কাৰ্যত নিশ্চিত কৰিলে গেৰুৱা দৰে ।

পুৱাৰ ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে বিজেপিয়ে এক বৃহৎ প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰে , আপে অলপ যুঁজ দিয়াৰ আগতে দিল্লীৰ ৭০ খন আসনৰ ভিতৰত ৫০ খন আসন দখললৈ আনে বিজেপিয়ে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: arbind kejriwalModi
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d