Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Accident মৰ্মান্তিক! ১১৫ ফুট ওপৰৰ পৰা খাৱৈত পৰিল বাছ , ৫৫ জন লোকৰ মৃত্যু !

publisher by publisher
February 11, 2025
in International
Reading Time: 1 min read
0
Accident মৰ্মান্তিক! ১১৫ ফুট ওপৰৰ পৰা খাৱৈত পৰিল বাছ , ৫৫ জন লোকৰ মৃত্যু !
1
SHARES
8
VIEWS
ShareShareShareShare

Accident মৰ্মান্তিক! ১১৫ ফুট ওপৰৰ পৰা খাৱৈত পৰিল বাছ , ৫৫ জন লোকৰ মৃত্যু !

ADVERTISEMENT

মধ্য আমেৰিকাৰ সৰু দেশ গুৱেটামালাত এক ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ পৰা ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছখন। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। সোমবাৰে এই দুৰ্ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। দেশখনৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভায়োৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।

RelatedPosts

Accident in Sivsagar:শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুর্ঘটনাত প্ৰাণ গ’ল যুৱ অভিযন্তাৰ

Ghagrapar :নগাঁৱৰ  চামগুৰিৰ তেলীয়াগাঁৱত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘগ্রাপাৰ দুই বিজেপি নেতা দ্বীপেন কলিতা আৰু মানস প্রতীম কলিতাৰ 

Accident in Samaguri :নগাঁৱৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱেটামালাৰ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া এডবিন বিলাগ্ৰানে জনোৱা মতে, বাছখন ৰাজধানীৰ উত্তৰ-পূবৰ প্ৰগেচোৰ পৰা আহি আছিল। গন্তব্য স্থান আছিল গুয়াতেমালা চিটি। বাটত, বাছখন দলংখনত দুৰ্ঘটনাত পতিত হয়।

কিবা কাৰণত পথটোত গাড়ীৰ সংঘৰ্ষ হয় যাৰ ফলত যাত্ৰী কঢ়িওৱা বাছখন দলঙৰ পৰা ১১৫ ফুট তলৰ খালত বাগৰি পৰে। ঘটনস্থলীত থিতাতে মৃত্যু হয় ৫৩ জন যাত্ৰী।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কেবাজনো লোকক চান জুয়ান ডি ডিঅ’ছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, যদিও চিকিৎসাৰ সময়ত দুজন লোকৰ মৃত্যু হয়।

অগ্নি নিৰ্বাপক বিভাগৰ বিষয়া অস্কাৰ চেঞ্চেজে জনাই যে মৃতসকলৰ ভিতৰত শিশুও আছিল।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱাৰ অনুসৰি ,বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই। সেই পৰিস্থিতিত, নিয়ন্ত্ৰণ হেৰুৱা বাছখনে কেবাখনো গাড়ীত খুন্দা মাৰে। ইয়াৰ পাছতে লোহাৰ ৰেলিং ভাঙি যোৱাৰ পাছত,বাছখন তলৰ এটা খালত পৰে ।

বাছখনৰ সন্মুখৰ অংশটো লেতেৰা পানীৰ খালত ডুব যায়। দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি দেশখনৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভায়োৱে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে। দেশত এদিনীয়া জাতীয় শোক কাৰ্যসূচী ঘোষণা কৰে। লগতে লিখিছে, “যিটো হ’ল সেয়া অতি দুখজনক ।” আহতসকলে যাতে উন্নত চিকিৎসা লাভ কৰে তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACCIDENT
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d