Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ট্রাম্প প্রশাসনৰ এনে নীতিয়ে বজাৰত সৃষ্টি কৰিছে অনিশ্চয়তাৰ

samimsultana by samimsultana
February 12, 2025
in International
Reading Time: 1 min read
0
Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !
1
SHARES
7
VIEWS
ShareShareShareShare

ট্রাম্প প্রশাসনৰ এনে নীতিয়ে বজাৰত সৃষ্টি কৰিছে অনিশ্চয়তাৰ

ভাৰতৰ শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত: পাঁচদিনত ১৬.৯৭ লাখ কোটিৰ ক্ষতি

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ বাণিজ্য-কঠোৰ শুল্ক নীতি বিদেশী বিনিয়োগকাৰীৰ বিনিয়োগ প্রত্যাহাৰৰ প্ৰভাৱ

একেদিনাই এহেজাৰ পইন্ট খহিল ছেনছেক্স

:ভাৰতৰ শ্বেয়াৰ বজাৰত অব্যাহত থকা খহনীয়া সম্প্রতি অধিক প্রবল হৈছে। ইয়াৰ পৰিণতিত মাথোঁ পাঁচদিনতে শ্বেয়াৰ বিনিয়োগকাৰীসকলে ১৬.৯৭ লাখ কোটি টকাৰ লোকচান ভৰিবলগীয়া হ’ল।

ADVERTISEMENT

বিশ্লেষকসকলৰ মতে, ঘাইকৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ কঠোৰ বাণিজ্যিক তথা শুল্কনীতিৰ প্রভাৱত দেশৰ শ্বেয়াৰ বজাৰত খহনীয়াই ভয়াৱহ ৰূপ লৈছে। এই ক্ষেত্রত ইন্ধন যোগাইছে ভাৰতৰ শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীসকলৰ বিনিয়োগ প্রত্যাহাৰে।

RelatedPosts

US-Iran মোক হত্যা কৰিলে ইৰাণ ধ্বংস হ’ব : ট্রাম্প

উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে শেহতীয়াভাৱে তীখা আৰু এলুমিনিয়াম আমদানিত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ সমান্তৰালভাৱে তেওঁৰ প্রশাসনে সমালোচনা কৰি আহিছে যে মার্কিন সামগ্রীত ভাৰতে অত্যধিক শুল্ক আৰোপ কৰি ৰাখিছে। ট্রাম্প প্রশাসনৰ এনে নীতিয়ে বজাৰত একপ্ৰকাৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। এই অনিশ্চয়তাৰ শীঘ্ৰে অৱসান ঘটাৰ সম্ভাৱনা ব্যক্ত কৰা নাই বিশ্লেষকসকলে। যোৱা কিছুদিনৰ পৰা ভাৰতৰ শ্বেয়াৰ বজাৰত অব্যাহত থকা খহনীয়াই আজিও প্রবলৰূপ ধাৰণ কৰে। আজি বোম্বে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে একেদিনাই ৯,২৯,৬৫১.১৬ কোটি টকাৰ লোকচান ভৰে। আজি বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক এহেজাৰ পইণ্টৰ অৱনমন ঘটে। আজি সর্বাধিক লোকচানৰ সম্মুখীন হয় বেংকিং, যান-বাহন, ধাতু আৰু তথ্যপ্রযুক্তি খণ্ডৰ শ্বেয়াৰত বিনিয়োগ কৰাসকল। একেদৰে আজি নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটিৰো ২৯৪ পইণ্টৰ পতন ঘটে।

প্রাপ্ত তথ্য অনুসৰি, যোৱা পাঁচদিন (শ্বেয়াৰ বজাৰ খোলা থকা দিন)ত বোম্বে স্টক এক্সচেঞ্জ আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংকৰ প্ৰায় তিনি শতাংশৰ পতন ঘটে। স্বাভাৱিকতে ইয়ে বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। ভাৰতৰ শ্বেয়াৰ বজাৰত সৃষ্ট এই খহনীয়া সম্পর্কত গেঅ’জিট ফিনান্সিয়েল ছার্ভিচেছৰ গৱেষণাৰ মুৰব্বী বিনোদ নায়াৰে সংবাদ মাধ্যমৰ আগত কয় যে ট্রাম্পৰ বাণিজ্য আৰু শুল্ক নীতিৰ লগতে বিদেশী বিনিয়োগকাৰী (এফআইআই) সকলে বিনিয়োগ প্রত্যাহাৰ অব্যাহত ৰখাত শ্বেয়াৰ বজাৰত এই খহনীয়াৰ সৃষ্টি হৈছে।

শেহতীয়াভাৱে ৰিজার্ভ বেংকে ভাৰতীয় টকাৰ ডলাৰৰ বিপৰীতে মূল্য হ্রাস ৰোধৰ উদ্দেশ্যে পদক্ষেপ গ্রহণ কৰাত টকাই পুৰণি ছন্দ ঘূৰাই পায় বুলি উল্লেখ কৰি নায়াৰে লগতে কয়, ‘ৰিজার্ভবেংকৰ হস্তক্ষেপে টকাক কিছু সকাহ প্রদান কৰিলেও বর্তমানেও ই চাপত আছে আৰু বজাৰ কিছুদিনলৈ অস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী মোদীৰ আগন্তুক মার্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত বাণিজ্যিক অনিশ্চয়তা দূৰ কৰাৰ উদ্দেশ্যে কোনো পদক্ষেপ গৃহীত হ’ব বুলি বিনিয়োগকাৰীসকলে আশা কৰি আছে।’

ইপিনে, বিশ্লেষকসকলে ভাৰতীয় শ্বেয়াৰ বজাৰৰ শেহতীয়া পতনৰ কেতবোৰ কাৰক চিনাক্ত কৰি উলিয়াইছে। ইয়াৰে প্ৰথমটো কাৰক হৈছে সোমবাৰে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে তীখা আৰু এলুমিনিয়াম আমদানিত ২৫ শতাংশ শুল্ক আৰোপ কৰে। এই ক্ষেত্ৰত তেওঁ কাকো কোনো ৰেহাই দিয়া নাই। ট্রাম্পৰ এই নীতিয়ে বিশ্বত প্রবল বাণিজ্যিক যুদ্ধৰ সূচনা কৰাৰ সম্ভাৱনা আছে। এই শুল্ক কানাডা, ব্রাজিল, মেক্সিক’, দক্ষিণ কোৰিয়া আৰু পূৰ্বে ৰেহাই দিয়া দেশসমূহৰ পৰা হোৱা তীখা আৰু এলুমিনিয়াম আমদানিত প্রযোজ্য হ’ব। এই সম্পর্কত গেঅ’জিট ফিনান্সিয়েল ছার্ভিচেছৰ মুখ্য বিনিয়োগ ৰণকৌশল প্রস্তুতকর্তা ড° ভি কে বিজয় কুমাৰে কয়, ‘তীখা আৰু এল্যুমিনিয়াম আমদানিৰ ক্ষেত্ৰত ট্রাম্পৰ এই ২৫ শতাংশ শুল্ক আৰোপে ব্রাজিল, মেক্সিক’, দক্ষিণ কোৰিয়া আৰু ভিয়েটনামৰ দৰে দেশৰ ওপৰত অধিক প্ৰভাৱ পেলাব।’

ভাৰতীয় শ্বেয়াৰ বজাৰৰ খহনীয়াৰ দ্বিতীয়টো কাৰণৰূপে চিহ্নিত হৈছে বিদেশী বিনিয়োগকাৰীসকলৰ বিনিয়োগ প্রত্যাহাৰ। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ শ্বেয়াৰ বজাৰত ৯.৯৪ বিলিয়ন ডলাৰ অৰ্থাৎ কমেও ৮৬ হেজাৰ কোটি টকাৰ বিনিয়োগ প্রত্যাহাৰ কৰে বিদেশী বিনিয়োগকাৰীসকলে। শ্বেয়াৰ বজাৰৰ তৃতীয়টো কাৰণ ক্ৰমাৎ ডলাৰ শক্তিশালী হৈছে। ডলাৰ শক্তিশালী হোৱা বাবে বহু বিনিয়োগকাৰীয়ে ভাৰতকে ধৰি দ্রুত বিকাশশীল দেশসমূহৰ বজাৰত বিনিয়োগ প্রত্যাহাৰ কৰি ধন উঠাই লৈ গৈছে। এনে বিনিয়োগকাৰীসকল মার্কিন বজাৰৰ প্ৰতি আকৰ্ষিত হৈছে।

কাৰণ মার্কিন ব’ণ্ডে বিনিয়োগকাৰীসকলক অধিক লাভ দিয়াৰ সম্ভাৱনা প্রবল হৈছে। এই সম্পর্কত বিএনপি পৰিবাজৰ এক প্ৰতিবেদনত কোৱা হয়, ‘ঘৰুৱা বিনিয়োগ বৃদ্ধিৰ ফলত ভাৰতৰ বিদেশী বিনিয়োগকাৰীৰ ওপৰত নির্ভৰশীলতা হ্রাস পাইছে যদিও বর্তমানেও ভাৰতৰ শ্বেয়াৰ বজাৰত আঠশ বিলিয়ন ডলাৰ (কমেও সাত লাখ কোটি টকা)ৰ বিদেশী বিনিয়োগ আছে। বিদেশী বিনিয়োগকাৰীসকলে শ্বেয়াৰ বিক্ৰী অব্যাহত ৰাখিছে।’

# চাপত যান-বাহন, ৰিয়েল্টী, ঔষধ প্ৰতিষ্ঠানৰ শ্বেয়াৰ

ভাৰতৰ শ্বেয়াৰ বজাৰত সৃষ্ট খহনীয়াই ঘাইকৈ চাপত ৰাখিছে যান-বাহন, ৰিয়েল্টী আৰু ঔষধ প্রতিষ্ঠানসমূহৰ শ্বেয়াৰ। অৱশ্যে বেংকিং খণ্ডৰ বৃহৎ প্রতিষ্ঠান, বিত্তীয় সেৱা আৰু তথ্য-প্রযুক্তি খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰতো খহনীয়া দেখা গৈছে। ইয়াক লৈ আতংকিত হৈ বহু বিনিয়োগকাৰীয়ে শ্বেয়াৰ বিক্ৰী কৰিছে। এই বিনিয়োগকাৰীসকলে মূলতঃ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানৰ শ্বেয়াৰ বিক্ৰী কৰিছে। আনহাতে, একাংশ বিশ্লেষকৰ মতে, মার্কিন কেন্দ্রীয় বেংক ফেডাৰেল ৰিজাৰ্ভৰ নীতি স্পষ্ট নোহোৱালৈকে শ্বেয়াৰ বজাৰত অনিশ্চয়তা অব্যাহত থকাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত কোৱাণ্টেচ ৰিচাৰ্ছৰ কার্তিক জ’নাগাডালাই কয়, ‘মার্কিন ফেডাৰেল ৰিজাৰ্ভৰ নীতি, ভাৰত-মার্কিন বাণিজ্য আলোচনা আৰু দেশীয় মূল্যায়ন পুনৰ নকৰালৈকে শ্বেয়াৰ বজাৰত অস্থিৰতা বিৰাজ কৰি থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত বৃহৎ প্রতিষ্ঠানসমূহৰ শ্বেয়াৰত বিনিয়োগ কিছু পৰিমাণে নিৰাপদ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ট্রাম্প
samimsultana

samimsultana

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d