Gogamukh Students Missing:
ADVERTISEMENT
▶️ সন্ধান ওলাইছে নিৰুদ্দেশ হোৱা ৫ ছাত্ৰৰ ।
▶️ বৰদলনি লিটিল গড মডেল স্কুলৰ ৫ ছাত্ৰ সন্ধান উলাইছে শিলচৰত।
▶️ ৰক্তিম মুক্তিয়াৰে যোগাযোগ কৰিছে পৰিয়ালৰ লোকৰ সৈতে।
▶️ আৰক্ষীয়ে শিলচৰত উদ্ধাৰ কৰিছে ৫ ছাত্ৰক।
▶️ সম্প্ৰতি শিলচৰ আৰক্ষী থানাত আছে ছাত্ৰ কেইজন।