Mariani Missing:মৰিয়নিত এসপ্তাহে সন্ধানহীন এজন যুৱক

mariani

Mariani Missing:

মৰিয়নিত এসপ্তাহে সন্ধানহীন এজন যুৱক। চেলেংহাট টেঙাবাৰী গাঁওৰ ৰাজ কিশোৰ গগৈ ওৰফে লুলু(৩৭) নামৰ ‍যুৱকজন যোৱা শুকুৰবাৰে ঘৰৰ পৰা ওলাই গৈছিল। কিন্ত তাৰ পিছৰে নাই কোনো শুংসূত্ৰ

যুৱকজন দীৰ্ঘদিন ধৰি মানসিক অস্থিৰতাত ভূগি আহিছিল । কোনো লোকে যুৱকজনৰ সন্ধান পালে 9395299947 ম’বাইল নম্বৰ বা স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ পৰিয়ালৰ অনুৰোধ।

Exit mobile version