Mariani Missing:
মৰিয়নিত এসপ্তাহে সন্ধানহীন এজন যুৱক। চেলেংহাট টেঙাবাৰী গাঁওৰ ৰাজ কিশোৰ গগৈ ওৰফে লুলু(৩৭) নামৰ যুৱকজন যোৱা শুকুৰবাৰে ঘৰৰ পৰা ওলাই গৈছিল। কিন্ত তাৰ পিছৰে নাই কোনো শুংসূত্ৰ ৷
ADVERTISEMENT
যুৱকজন দীৰ্ঘদিন ধৰি মানসিক অস্থিৰতাত ভূগি আহিছিল । কোনো লোকে যুৱকজনৰ সন্ধান পালে 9395299947 ম’বাইল নম্বৰ বা স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ পৰিয়ালৰ অনুৰোধ।