Kamakhya Prasad Tasa: এছিয়ান পালিয়ামেন্টৰী এচেমব্লি এ পি এ ৰ কাৰ্যবাহী পৰিষদৰ সভাত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা

ভাৰতীয় সংসদীয় দলৰ নেতৃত্ব ল'ব কামাখ্যা প্ৰসাদ তাচা

kamakhy

Kamakhya Prasad Tasa:

আজাৰ্বেইযানৰ বাকুত অনুষ্ঠিত হ’বলগীয়া এছিয়ান পালিয়ামেন্টৰী এচেমব্লি (এ পি এ )ৰ ১৫ সংখ্যক অধিৱেশন আৰু এ পি এৰ কাৰ্যবাহী পৰিষদৰ সভাত ভাৰতৰ প্ৰতিনিধি ৰূপে অংশ গ্ৰহণ কৰিব কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা
সাংসদ তাচাই ভাৰতৰ প্ৰতিনিধি দলটিক নেতৃত্ব প্ৰদান কৰিব ৷১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱৰীলৈকে এই গুৰুত্ব পূৰ্ণ অধিবেশন অনুষ্ঠিত হ’ব।

এই অধিবেশনত এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত দেশ সমূহৰ মাজত বহু গুৰুত্ব পূৰ্ণ আলোচনা হ’ব । ভাৰতীয় প্ৰতিনিধি দলটি অধিবেশনৰ ২৮টা গুৰুতত্বপূৰ্ন বিষয়ত অংশ গ্ৰহণ কৰিব | উল্লেখ্য যে , বিশ্ব ৰাজনীতিত গুৰুত্ব পূৰ্ণ ভূমিকা লোৱা এ পি এ ত এছিয়া মহদেশৰ ৪৩ খন দেশৰ সদস্যতা আছে ।

Exit mobile version