Sumi Borah-Bishal Phukan: চুমি-বিশালৰ জামিন নাকচ
নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰজু হোৱা গোচৰৰ জামিন নাকচ
:বহুচৰ্চিত অনলাইন ট্ৰেডিং গোচৰৰ অন্যতম অভিযুক্ত চুমি বৰা আৰু বিশাল ফুকন পুনৰ আদালতত মুখ থেকেচা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি চুমি বৰা আৰু বিশাল ফুকনৰ জামিন আবেদন নাকচ কৰে ৷
উল্লেখ্য যে,ডিব্ৰুগড় বৰবৰুৱা থানাৰ ৮৫/২৪ নম্বৰৰ গোচৰমৰ্মে চুমিআৰু বিশালেজামিন আবেদন কৰিছিল উচ্চ ন্যায়ালয়ত ৷ ইয়াৰ
পূৰ্বে ডিব্ৰুগড় থানাত গোচৰত জামিন আবেদন নাকচ হৈছিল চুমি বৰাৰ।
সম্প্ৰতি ট্ৰেডিং কেলেংকাৰীৰ তিনি অভিযুক্ত চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰা কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী ৷