Minister Atul Bora:
অৰুণোদয়” অভিলাষী আঁচনিখনে মহিলা সবলীকৰণৰ লগতে অসমৰ আৰ্থ-সামাজিক দিশত নতুন দিগন্তৰ সূচনা কৰিছে। অৰুণোদয়-৩.০”ৰ সফল ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি আজি গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাৰ সৈতে আঁচনিখনৰ গোলাঘাট জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠকত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই ৷
ADVERTISEMENT