Guwahati Accident:
▶️ দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে অ’চি বিৰিঞ্চি দাসে |
▶️ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল দাস |
▶️ একমাহ পূৰ্বে ভাৰপ্ৰাপ্ত বিষয়াজনৰ মাতৃৰ বিয়োগ হৈছিল |
▶️ পুনৰ চাকৰিত যোগদানৰ বাবে আহি থকা সময়ত মহানগৰীত ভয়ংকৰ দূৰ্ঘটনাত প্ৰাণ নাশ আৰক্ষী বিষয়া জনৰ |