Akhil gogoi:
বিজেপিক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিৰোধী দলসমূহে কেনেদৰে প্ৰতিহত কৰিব পাৰি তাৰে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডা° ভবেন চৌধুৰীয়ে শনিবাৰে মিলিত হয় ৷