Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Modi in America: ৰাষ্ট্ৰপ্ৰধানৰ কূটনৈতিক আলোচনাত কোনো নির্দিষ্ট ব্যক্তিৰ কথা উত্থাপিত নহয়

publisher by publisher
February 15, 2025
in International
Reading Time: 1 min read
0
Modi in America: ৰাষ্ট্ৰপ্ৰধানৰ কূটনৈতিক আলোচনাত কোনো নির্দিষ্ট ব্যক্তিৰ কথা উত্থাপিত নহয়
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
Modi in America: ৰাষ্ট্ৰপ্ৰধানৰ কূটনৈতিক আলোচনাত কোনো নির্দিষ্ট ব্যক্তিৰ কথা উত্থাপিত নহয়
 আদানী প্রসংগতসাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক’লে মোদীয়ে

ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীৰ ঘোচ কেলেংকাৰিৰ অভিযোগক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰত সাংবাদিকৰ প্রশ্নবাণৰ সম্মুখীন হ’ল প্রধানমন্ত্রী মোদী। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ স’তে এখন যৌথ সংবাদমেল সম্বোধন কৰাৰ সময়ত এজন সাংবাদিকে উদ্যোগপতি আদানীৰ ঘোচ কেলেংকাৰি অভিযোগ সম্পৰ্কত ট্রাম্পৰ স’তে আলোচনা কৰিছে নেকি বুলি মোদীৰ পৰা জানিবলৈ বিচাৰে। সাংবাদিকজনৰ প্ৰশ্নৰ উত্তৰ দি মোদীয়ে কয়, ‘ৰাষ্ট্ৰপ্ৰধানৰ মাজত কূটনৈতিক আলোচনাত কোনো নির্দিষ্ট ব্যক্তিৰ বিষয় উত্থাপিত নহয় ভাৰতে বসুধৈব কুটুম্বকম আদর্শত গণতন্ত্র তৈয়াৰ কৰিছে।

ADVERTISEMENT

প্রত্যেক ভাৰতীয় এই পৰিয়ালৰ সদস্য। ব্যক্তিগত বিষয়ক আমাৰ দুই দেশৰ পাৰস্পৰিক আলোচনাৰ মাজলৈ অনা নাই।’ আনহাতে, মোদীৰ এই কৌশলী উত্তৰক লৈ কটাক্ষ কৰি সৰৱ হৈ উঠিছে জ্যেষ্ঠ কংগ্রেছ সাংসদ ৰাহুল গান্ধী। সামাজিক মাধ্যমত দিয়া এটা প’ষ্টত তেওঁ কয়, ‘ভাৰতত আদানী ঘোচ কেলেংকাৰিক লৈ প্রশ্ন সুধিলে নীৰৱতা অৱলম্বন কৰে। বিদেশত প্রশ্ন সুধিলে ব্যক্তিগত বিষয় বুলি কোৱা হয়। আদানীৰ দুর্নীতিক আমেৰিকা যুক্তৰাষ্ট্ৰত ঢাকি ধৰিলে মোদীয়ে।’

উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে শেহতীয়াভারে এক নির্দেশযোগে আদানীৰ বিৰুদ্ধে আমেৰিকাত আৰম্ভ হোৱা তদন্ত স্থগিত কৰে। ফলস্বৰূপে আদানী দেশখনত তদন্তৰ আওতাৰ পৰা মুক্ত হোৱা বুলি চর্চিত হৈছে।

চীন-ভাৰত সীমা সমস্যা: নতুন দিল্লীয়ে প্রত্যাখ্যান কৰিলে ট্রাম্পৰ মধ্যস্থতাৰ প্ৰস্তাৱ

বিগত কিছু বছৰ ধৰি চীন-ভাৰতৰ মাজত চলি থকা জটিল সীমা সমস্যা সমাধানত মধ্যস্থতাকাৰীৰ ভূমিকা পালনৰ আগ্ৰহ প্ৰকাশ কৰি কালি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক প্রস্তাৱ আগবঢ়ায় মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে। অৱশ্যে এই প্রস্তাব নতুন দিল্লীয়ে খাৰিজ কৰা বুলি চর্চিত হৈছে। লক্ষ্যণীয় যে মোদীৰ স’তে সম্বোধন কৰা এখন যৌথ সংবাদমেলত ট্রাম্পে কয়, ‘চীন বিশ্ব ৰাজনীতিৰ গুৰুত্বপূর্ণ অংশীদাৰ। মই মন কৰিছো যে চীনৰ স’তে আমাৰ সম্পৰ্ক ভাল। ক’ভিডৰ প্রাকমুহূর্তলৈ ৰাষ্ট্ৰপতি জিনপিঙৰ স’তে মোৰ নিয়মিত যোগাযোগ আছিল।’ তাৰ পাছতে তেওঁ মোদীক সম্বোধন কৰি কৌশলপূর্ণভাবে কয়, ‘এইবাৰ মই ভাৰতৰ প্ৰসংগ কওঁ। চীন-ভাৰত সীমান্তত সংঘৰ্ষসদৃশ পৰিস্থিতি দেখিছো। এইটো বেয়া কথা। যদি সুযোগ পাওঁ মই সাহায্য আগবঢ়াম। কাৰণ এই পৰিস্থিতি বন্ধ হোৱা উচিত।’

মার্কিন ৰাষ্ট্ৰপতিজনে এনে মন্তব্যৰ জৰিয়তে চীন-ভাৰতৰ সীমা সমস্যা সমাধানত মধ্যস্থতাকাৰীৰ ভূমিকা পালনৰ ইংগিত দিয়া বুলি কূটনৈতিক স্তৰত চৰ্চিত হয়। অৱশ্যে সংবাদমেলত ট্রাম্পে আগবঢ়োৱা প্রস্তার সম্পর্কত কোনো মন্তব্য নকৰিলে মোদীয়ে। পাছত প্রস্তাৱটো নাকচ কৰি ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রিয়ে সামাজিক মাধ্যমত তাৎপর্যপূর্ণ মন্তব্য কৰে। তেওঁ কয়, ‘প্রতিবেশীৰ স’তে আমাৰ কোনো দ্বিপাক্ষিক সমস্যাৰ উদ্ভৱ হ’লে আমি সেই সমস্যা দ্বিপাক্ষিক আলোচনাৰ মাজেৰে সমাধানৰ পথ অনুসৰণ কৰি আহিছো।’ বৈদেশিক সচিব মিশ্রিয়ে এই মন্তব্যৰ জৰিয়তে ট্রাম্পৰ কৌশলী প্রস্তাৱটো নাকচ কৰা বুলি চর্চিত হৈছে।

India will generate electricity from nuclear power with Trump’s cooperation:ট্রাম্পৰ সহযোগত ভাৰতে উৎপাদন কৰিব পৰমাণু শক্তিৰ পৰা বিদ্যুৎ!

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এইবাৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্রমণে সুদীর্ঘ ১৬ বছৰৰ পাছত মুকলি কৰিলে ২০০৮-ৰ ভাৰত-মার্কিন অসামৰিক পাৰমাণবিক চুক্তি কাৰ্যকৰীকৰণৰ পথ। ইয়াৰ লগে লগে ভাৰতে পৰমাণুৰ পৰা বিদ্যুৎ উৎপাদনৰ দিশত আৰু এখোজ আগুৱালে।

এই বিদ্যুৎ উৎপাদনৰ কাম ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগত কৰিব। পৰমাণুৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে প্রয়োজনীয় বিয়েক্টৰ যোগান ধৰিবলৈ আগ্রহ প্রকাশ কৰিছে একাংশ মার্কিন প্রতিষ্ঠানে। অৱশ্যে মোদীৰ ভ্ৰমণৰ পূৰ্বেই ভাৰত চৰকাৰে দেশৰ অসামৰিক পাৰমাণৱিক খণ্ডত মার্কিন বিনিয়োগৰ পথ মুকলি কৰে। কাৰণ এই ক্ষেত্ৰত আইনী হেঙাৰ আছিল আৰু সেই হেঙাৰ মোদী চৰকাৰে অলপতে দূৰ কৰে।

শুক্ৰবাৰে সামৰণি পৰা দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত বৃহস্পতিবাৰে প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰপতি ট্রাম্পৰ স’তে ২০০৮-ৰ অসামৰিক পাৰমাণবিক চুক্তি তথা এই চুক্তিৰ অধীনত পৰমাণু ৰিয়েক্টৰ নির্মাণক লৈ এক আলোচনাত মিলিত হয়। এই আলোচনা কালত দুয়ো বিদ্যুৎ উৎপাদনৰ বাবে পৰমাণু ৰিয়েক্টৰ নিৰ্মাণত সহমত পোষণ কৰে। উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বৰ ইউপিএ চৰকাৰৰ দ্বিতীয়টো কার্যকালত ২০০৮ত দুয়োখন দেশৰ মাজত এই অসামৰিক পৰমাণু চুক্তি স্বাক্ষৰিত হয়। অৱশ্যে চুক্তিখন স্বাক্ষৰ হ’লেও কঠোৰ আইনী বাধ্যবাধকতাৰ বাবে চুক্তিখনৰ অধীনৰ কাম আগনাবাঢ়িল অলপতে মোদী চৰকাৰে আইনী জটিলতা দূৰ কৰে।

সেয়েহে অৱশেষত কালি আলোচনা কালত ট্রাম্পে পৰমাণু ৰিয়েক্টৰ নিৰ্মাণত মোদীৰ স’তে সহমত পোষণ কৰে। এক যৌথ বিবৃতিত দুয়োজনে এই কথা সদৰী কৰিছে। এই বিবৃতিত কোৱা হৈছে যে আমেৰিকাই নক্সা প্ৰস্তুত কৰা পৰমাণু ৰিয়েক্টৰ ভাৰতে নিৰ্মাণ কৰাৰ সম্পৰ্কত দুয়ো দেশে সহমত পোফা কৰিছে। এই পৰমাণু ৰিয়েক্টৰ নিৰ্মাণৰ কাম স্থানীয় প্রযুক্তি আৰু সম্ভাব্য প্রযুক্তি হস্তান্তৰৰ মাধ্যমৰে সম্পন্ন হ’ব বুলি বিবৃতিটোত উল্লেখ আছে। লক্ষ্যণীয় যে আগন্তুক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত পৰমাণু শক্তি মিছন গঢ়াৰ কথা মোদী চৰকাৰে ঘোষণা কৰিছে। এই ঘোষণাৰ জৰিয়তে মোদী চৰকাৰে নতুন পৰমাণু ৰিয়েক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত মার্কিন প্রশাসনলৈ ইতিবাচক বার্তা প্ৰেৰণ কৰা বুলি চৰ্চা হৈছে।

কাৰণ ভাৰতৰ কঠোৰ পাৰমাণবিক শক্তি আইন আৰু পাৰমাণৱিক দায়বদ্ধতা আইনৰ বাবে বিগত ১৬ বছৰে সেই কাৰ্য আৰম্ভ নহ’ল। পৰিণতিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এই সুদীর্ঘ কালত অসামৰিক পাৰমাণৱিক ক্ষেত্ৰত কোনো কাম আগনাবাঢ়িল। উল্লেখ্য যে ২০০৮ৰ ভাৰত-মার্কিন অসামৰিক পাৰমাণবিক চুক্তি অনুসৰি, দ্বিপাক্ষিক অসামৰিক পাৰমাণবিক প্রকল্পত কোনো দুর্ঘটনা সংঘটিত হ’লে সেই প্রকল্পত বিনিয়োগ কৰা বিদেশী সংস্থা (এই ক্ষেত্রত মার্কিন সংস্থা)ই ক্ষতিপূৰণ দিয়াটো আইনগতভাবে বাধ্যতামূলক। গতিকে বিনিয়োগৰ ক্ষেত্ৰত পিছুৱাই যায় আমেৰিকা যুক্তৰাষ্ট্ৰ।

তদুপৰি উক্ত ভাৰত-মার্কিন অসামৰিক পৰমাণু চুক্তি অনুসৰি দেশ দুখনৰ এখনে অকলে পৰমাণু ৰিয়েক্টৰ নিৰ্মাণ কৰিব নোৱাৰে। এনে আইনী জটিলতাৰ বাবে বিগত ১৬ বছৰ ধৰি চুক্তিখনৰ কাম-কাজ আগনাবাঢ়িল। অৱশেষত যোৱা পহিলা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বাজেট দাখিল কৰি দেশৰ এই পাৰমাণৱিক শক্তি আইন আৰু পাৰমাণবিক দায়বদ্ধতা আইন সংশোধনৰ কথা ঘোষণা কৰে। বিত্তমন্ত্ৰীৰ এই ঘোষণাক ভাৰত-আমেৰিকা- এই দুয়োখন দেশে আদৰণি জনায়। ফলস্বৰূপে ভাৰতৰ অসামৰিক পৰমাণু প্ৰকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগৰ পথ মুকলি হৈছে। সেয়েহে ট্রাম্পে ভাৰতৰ দ্বাৰা নতুন পৰমাণু ৰিয়েক্টৰ নিৰ্মাণত সম্মতি দিছে। প্রাপ্ত তথ্য অনুসৰি, পৰমাণু ৰিয়েক্টৰ নিৰ্মাণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে একাংশ মার্কিন প্রতিষ্ঠানে। এনে দুটা প্রতিষ্ঠান হ’ল জেনেৰেল ইলেকট্রিক আৰু রেষ্টিং হাউছ। ধুয়োটা প্রতিষ্ঠানে বিগত বহু বছৰ ধৰি পৰমাণু ৰিয়েক্টৰ নিৰ্মাণৰ বাবে আগ্রহ প্রকাশ কৰি আহিছে।

ইয়াৰে রেষ্টিং হাউছে ভাৰতক এপি-১০০০ পৰমাণু বিয়েক্টৰ বিক্ৰীৰ উদ্দেশ্যে নতুন দিল্লীৰ স’তে আলোচনাতো মিলিত হৈছে। সূত্রব মতে, মার্কিন প্রতিষ্ঠানটোৱে অন্ধ্র প্রদেশৰ কোভভাড়াত এহেজাৰ মেগাৱাট শক্তি উৎপাদনক্ষম পৰমাণু ৰিয়েক্টৰ স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছে। অৱশ্যে ক্ষুত্ৰ পৰমাণু ৰিয়েক্টৰ নিৰ্মাণৰ বাবে ভাৰতে ফ্ৰান্সৰ লগতো আলোচনাত মিলিত হৈছে বুলি সূত্রই সদৰী কৰিছে। সূত্ৰৰ মতে, শেহতীয়াভারে সমগ্র বিশ্বত প্রদূষণৰ প্রকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত তুলনামূলকভারে কম প্ৰদূষণ সৃষ্টি কৰা পৰমাণু ৰিয়েক্টৰৰ জৰিয়তে ভাৰতে বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে। ইয়াৰ ইংগিত দি দেশৰ পৰমাণু শক্তি আয়োগৰ অধ্যক্ষ এ কে মহান্তিয়ে সংবাদ মাধ্যমক জনায় যে ২০৪৭ৰ ভিতৰত দেশে এশ গিগাৱাট পৰমাণু বিদ্যুৎ উৎপাদনৰ আঁচনি লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Modi in America
publisher

publisher

Related Posts

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

September 29, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d