Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Badrinath Avalanche Update: হিমস্খলনত চাৰি শ্ৰমিকৰ মৃত্যু !

publisher by publisher
March 1, 2025
in News, India
Reading Time: 2 mins read
0
Badrinath Avalanche Update: হিমস্খলনত চাৰি শ্ৰমিকৰ মৃত্যু !
1
SHARES
6
VIEWS
ShareShareShareShare

Badrinath Avalanche Update:

২৪ ঘণ্টাতকৈও অধিক সময় পাৰ হ’ল। উত্তৰাখণ্ডৰ বদ্ৰীনাথৰ ওচৰৰ মানা গাঁৱত এতিয়াও উদ্ধাৰ অভিযান চলি আছে। ৰাজ্য আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) উপৰিও ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে (আইটিবিপি) হিমস্খলনৰ তলত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ অভিযান চলাইছে।

ADVERTISEMENT

ভাৰতীয় সেনাইও শুকুৰবাৰৰ পৰা শ্ৰমিকক উদ্ধাৰৰ চেষ্টা চলাই আহিছে। অৱশ্যে শনিবাৰে বিয়লিলৈকে ৫০ জন শ্ৰমিকক উদ্ধাৰ কৰা সম্ভৱ হৈ উঠিছে। উল্লেখ্য যে ,ইয়াৰে চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি ভাৰতীয় সেনাই জানিবলৈ দিয়ে। এতিয়াও আৱদ্ধ হৈ আছে পাঁচজন লোক ।

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাৰ মানা গাঁৱত হিমস্খলনৰ সৃষ্টি হয়। সেই গাঁৱৰ সীমান্ত পথ সংগঠন বিআৰঅ’ কমেও ৫৫ জন শ্ৰমিক আবদ্ধ হৈ পৰে। তেওঁলোকৰ এটা শিবিৰৰ ওচৰত হিমস্খলন সংঘটিত হয়। ঘটনাৰ লগে লগে উদ্ধাৰ কাম আৰম্ভ হয়। শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাৰ মানা গাঁৱত এটা হিমস্খলন হৈছিল। সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) কমেও ৫৫ জন শ্ৰমিক একেখন গাঁৱতে আৱদ্ধ হৈ পৰে। তেওঁলোকৰ এটা শিবিৰৰ ওচৰত হিমস্খলন সৃষ্টি হয়। ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়।

অৱশ্যে, প্ৰতিকূল বতৰৰ বাবে, শুক্ৰবাৰে উদ্ধাৰ অভিযান বাৰে বাৰে বাধাপ্ৰাপ্ত হয়। দৃশ্যমানতা কম হোৱাৰ বাবে, উদ্ধাৰ অভিযানত সমস্যা সৃষ্টি হয়। শুকুৰবাৰে নিশালৈকে ৩২ জন শ্ৰমিকক হিমস্খলনৰ পৰা উদ্ধাৰ কৰা হৈছিল যদিও গোটেই নিশা প্ৰায় ২৫ জন শ্ৰমিক তাত আবদ্ধ হৈ আছিল।শনিবাৰে পুৱাৰে পৰা জোৰদাৰভাৱে আৰম্ভ হৈছে উদ্ধাৰৰ কাম। বতৰ কিছু উন্নত হোৱাৰ লগে লগে সেনাই সেই স্থানতে এখন হেলিকপ্টাৰ অৱতৰণ কৰে।

উদ্ধাৰ কৰা শ্ৰমিক কেইজনক যোছিমাথ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি আহত শ্ৰমিকৰ ভিতৰত চাৰিজন শ্ৰমিক চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়।ইতিমধ্যে চামোলী আৰক্ষীয়ে মানাৰ হিমস্খলনত আবদ্ধ হৈ থকা ৫৫ জন শ্ৰমিকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা ১১ জনকৈ শ্ৰমিকৰ নাম সন্নিবিষ্ট কৰা হৈছে।

ইয়াৰ বাহিৰেও হিমাচল প্ৰদেশৰ সাত জন, জম্মু-কাশ্মীৰৰ এজন আৰু পঞ্জাৱৰ এজন শ্ৰমিক আছে। বাকী ১৩ জন শ্ৰমিকৰ ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই। ইফালে সেই ১৩ জনৰ ভিতৰত ১০ জনৰ সম্পূৰ্ণ নাম আৰু আধাৰ নম্বৰ বৰ্তমানলৈকেও জানিব পৰা হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Avalanche UpdateBadrinathIndian ArmyNDRF Rescue Operation UnderwayUTTARKHAND
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d