Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

pressmeet

Assam Cabinet:

# আজি কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ADVERTISEMENT

➡️ ৯০ কোটি টকাৰে ৰাজ্যত নিৰ্মাণ কৰা হ’ব ১০ টা স্কীল চেন্টাৰ।

➡️ বাঁহ উদ্যোগক শক্তিশালী কৰাৰ সিদ্ধান্ত ।

➡️অসমত ভৱন নিৰ্মাণত পাঁচ শতাংশ বাঁহ ব্যৱহাৰ বাধ্যতামূলক।

➡️ ৰতন টাটাৰ নামেৰে হ’ব ছেমিকণ্ডাক্ট প্ৰকল্প।

➡️জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ) |

➡️ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ বাবে লাগিব নেচনেল ছিকিউৰিটি ক্লীয়াৰেঞ্চ

➡️ ব্যক্তিগত বিশ্ববিদ্যালয় সমূহ ধৰ্মনিৰপেক্ষ হ’ব লাগিব

➡️ ধৰ্মান্তৰকৰণৰ দৰে বিষয়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হ’ব নোৱাৰিব।

Exit mobile version