Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Donald Trump প্ৰচুৰ ব্যয় ! অবৈধ অনুপ্ৰৱেশকাৰীৰ বিতাড়নত ট্ৰাম্প প্ৰশাসনে বন্ধ কৰিলে সামৰিক বিমান সেৱা

publisher by publisher
March 7, 2025
in International
Reading Time: 1 min read
0
Donald Trump‘ তিনি লাখৰ পৰা আঠ হেজাৰৰলৈকে হ্ৰাস পালে অবৈধ অনুপ্রৱেশকাৰী ‘ : ট্ৰাম্পৰ দাবী
2
SHARES
15
VIEWS
ShareShareShareShare

Donald Trump প্ৰচুৰ ব্যয় ! অবৈধ অনুপ্ৰৱেশকাৰীৰ বিতাড়নত ট্ৰাম্প প্ৰশাসনে বন্ধ কৰিলে সামৰিক বিমান সেৱা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ সাময়িকভাৱে বন্ধ কৰিছে ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ।

ADVERTISEMENT

এক মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই নিয়া এখন সামৰিক বিমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উৰা মাৰে। তেতিয়াৰ পৰাই, অবৈধ ভাৰতীয়সকলক বিতাড়ন কৰিবলৈ আৰু কোনো পেন্টাগন বিমান ব্যৱহাৰ কৰা হোৱা নাই।

RelatedPosts

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমেৰিকাৰ প্ৰেছ “ৱাল ষ্ট্ৰীট জাৰ্নেল”ত প্ৰকাশ পাইছে যে এই সিদ্ধান্ত লোৱা হৈছে কাৰণ অবৈধ বাসিন্দাসকলক সামৰিক বিমানেৰে নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো যথেষ্ঠ ব্যয়বহুল।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ উদ্যোগ লৈছে।

ভাৰতে আমেৰিকাৰ সামৰিক বিমান চি-১৭ (গ্ল’বমাষ্টাৰ) আৰু চি-১৩০ ব্যৱহাৰ কৰি,গুৱেটামালা, ইকুৱেডৰ, পেৰু, হণ্ডুৰাছ, ইত্যাদি ট্ৰাম্পৰ প্ৰশাসনে অবৈধ ভাৰতীয় বাসিন্দাক বিভিন্ন দেশলৈ ঘূৰাই পঠিয়াইছে। ইয়াৰে কেবাখনো দেশত সামৰিক বিমান প্ৰেৰণৰ ফলত আমেৰিকাৰ তুলনামূলকভাৱে অধিক ব্যয় কৰিছে।

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি সেই সামৰিক বিমানত আমেৰিকাৰ পৰা এজন অবৈধ নাগৰিকক গুৱেটামালালৈ পঠিয়াবলৈ ট্ৰাম্প প্ৰশাসনে ৪৬৭৫ মাৰ্কিন ডলাৰ পৰিশোধ কৰিবলগীয়া হৈছে । ভাৰতীয় মুদ্ৰাত ই প্ৰায় চাৰি লাখ টকা।

আনহাতে আমেৰিকাৰ পৰা গুৱেটামালালৈ একেটা পথতে বাণিজ্যিক বিমানেৰে এজন অবৈধ বাসিন্দা পঠিয়াবলৈ ৮৫৩ মাৰ্কিন ডলাৰ খৰচ হৈছে। যি ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৪ হেজাৰ টকা।

আনকি ট্ৰাম্প ক্ষমতালৈ অহাৰ আগতেই আমেৰিকাৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বিভিন্ন সময়ত নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। বিগত সময়ত আমেৰিকাই সাধাৰণতে বাণিজ্যিক চাৰ্টাৰ বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক ঘৰলৈ পঠিয়াইছিল।

জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি থকাৰ সময়ত অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ভাৰতলৈ আহিছিল আমেৰিকাৰ চাৰ্টাৰ বিমান ।

এই বিমানখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্ক আৰু প্ৰব্ৰজন সেৱা (আইচিই)ৰ দ্বাৰা পৰিচালিত হয়। কিন্তু দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত, ট্ৰাম্পে সেই পথত আগবাঢ়িব নিবিচাৰিলে।

ট্ৰাম্পে প্ৰথমে বিভিন্ন দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক সামৰিক বিমানত ঘূৰাই পঠিয়াবলৈ আৰম্ভ কৰে, কিন্তু কেবাটাও সমস্যাই দেখা দিয়ে । তাৰে এটা হৈছে চি-১৭ গ্লোবমাষ্টাৰ বিমানৰ পথ।

এই সামৰিক বিমানখনে মেক্সিকান আকাশপথ ব্যৱহাৰ কৰিব নোৱাৰে। ফলস্বৰূপে, কেবাটাও গন্তব্যস্থানলৈ যাত্ৰা কৰিব লগা হৈছিল।

এনে পৰিস্থিতিত বৰ্তমান হোৱাইট হাউচে অবৈধ বাসিন্দাসকলক বহিষ্কাৰ কৰিবলৈ পেন্টাগনৰ দ্বাৰা সামৰিক বিমানৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMP
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d