Afghan refugees:আফগানিস্তান চাপত পুনৰ শৰণাৰ্থীসকলক লক্ষ্য কৰি লৈছে পাকিস্তানে।
ADVERTISEMENT
অহা ৩০ এপ্ৰিলৰ ভিতৰত সকলো ‘অবৈধ অনুপ্ৰৱেশকাৰী’ আৰু ‘আফগান নাগৰিক’ কাৰ্ড’ধাৰীকসকলক দেশৰ পৰা বিতাড়িত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে পাকিস্তান চৰকাৰে।
মূলত উত্তেজনাৰ মাজত কাবুলৰ ওপৰত চাপ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপটো কোৱা হৈছে বুলি অনুমান কৰা হৈছে।






























