China:ভাৰতত অৱস্থিত চীনা দূতাবাসৰ পৰা আঠ হাজাৰতকৈও অধিক ভাৰতীয়ক ভিছা দিয়া হৈছে এবছৰত এক জানুৱাৰীৰ পৰা ন এপ্ৰিলৰ পৰ্যন্ত।এই তথ্য প্ৰদান কৰিছিল চীনা ৰাষ্ট্ৰদূত জু ফেইহং।
ADVERTISEMENT
তেওঁ আৰু অধিক ভাৰতীয়ক ‘মুক্ত’ সুৰক্ষিত আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশত চীনলৈ অহা আহ্বান জনায় ।