দুদিনীয়া কাৰ্যসূচীৰে মেলেছিয়ালৈ যাব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

images 17

Malaysia: দুদিনীয়া ভ্ৰমণসূচীৰে কুয়ালালামপুৰলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

ADVERTISEMENT

কুয়ালালামপুৰৰ মেলেছিয়াত পৰ্যটনৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহন কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

পৰ্যটন ক্ষেত্ৰক আৰু অধিক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা মন্ত্ৰীগৰাকীৰ।

Exit mobile version