আমিনগাঁৱত দুখন পৃথক বাহনৰ পৰা উদ্ধাৰ কৰা হয় ৭০ কোটি টকা মূল্যৰ হেৰোইন

IMG 20250418 195429

Drugs:চুবুৰীয়া ৰাজ্যৰ পৰা অসমলৈ নিচাজাতীয় সামগ্ৰীৰ চলাচল সম্পৰ্কীয় দুটা পৃথক তথ্যৰ ভিত্তিত আজি আমিনগাঁৱত দুখন পৃথক বাহনৰ পৰা ২,৭০,০০০ য়াবা টেবলেট আৰু ৫২০ গ্ৰাম ওজনৰ ৪০ টা চাবোন বাকচ হেৰোইন উদ্ধাৰ কৰা হয়।

ADVERTISEMENT

যাৰ মূল্য প্ৰায় ৭০ কোটি টকা। এই ঘটনাৰ সন্দৰ্ভত দুজন সৰবৰাহকাৰীক আটক কৰা হৈছে।

এছটিএফৰ মুৰব্বী পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত এই অভিযান চলোৱা হয়।

Exit mobile version