Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    RSS:মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

হেয়াৰ স্পা, ছিৰামে কাম কৰা নাই ?

এই বীজ ব্যৱহাৰ কৰি চাওক 

publisher by publisher
April 18, 2025
in Lifestyle
Reading Time: 1 min read
0
হেয়াৰ স্পা, ছিৰামে কাম কৰা নাই ?
1
SHARES
14
VIEWS
ShareShareShareShare

Hair Care: দৈনিক ছেম্পু, ভাল ব্ৰেণ্ডৰ কণ্ডিচনাৰ, চুলিৰ ছিৰামৰ পৰা আৰম্ভ কৰি দামী স্পা ক্ৰীমলৈকে সকলো ব্যৱহাৰ কৰিছে। চুলিৰ যত্ন লোৱাৰ অন্ত নাই।

ADVERTISEMENT

কিন্তু এই সকলোবোৰৰ পাছতো আপোনাৰ চুলিখিনি এতিয়াও ট্ৰেকত ঘূৰি অহা নাই নেকি? ৰুক্ষ, শুকান চুলি বচাবলৈ সংগ্ৰাম কৰি আছেনে?

RelatedPosts

ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

চুলি সৰাৰ সমস্যাই দেখা দিছে নেকি ?

গতিকে, কেৱল বাহ্যিক অভ্যাসেই নহয়, ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰিবলৈ কে’বাটাও বীজৰ ওপৰত নিৰ্ভৰশীল হওক। চুলিৰ যত্নত বিভিন্ন ধৰণৰ বীজৰ গুৰুত্ব অপৰিসীম ।

কুমলীয়া গুটি, শণৰ গুটি, সূর্যমুখীৰ গুটি, চিয়া গুটি আৰু ক’লা জিৰাৰ গুটি প্রত্যেকেই চুলিৰ যত্নত বেলেগ বেলেগ কাম কৰে। চুলি সৰা কমোৱা আৰু চুলিৰ গুৰি মজবুত কৰাটো শণৰ বীজ অতি উপকাৰী।

চিয়া গুটিত প্ৰটিন আৰু ফছফৰাছৰ দৰে উপাদান থাকে, যিয়ে চুলিক শিপাৰ পৰা শক্তিশালী কৰি ৰাখে । চিয়াত থকা এমিনো এচিডবোৰো মূৰৰ ছালখনক পুষ্টি প্ৰদান কৰাত অতি ফলপ্রসূ।

সূর্যমুখী ফুলৰ গুটিত থকা ভিটামিন ইয়ে মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ইয়াৰ ফলত নতুন চুলি গজা আৰু চুলি সৰা বন্ধ হয়। কুমলীয়া গুটিত ভিটামিন এ, বি আৰু চি, আইৰণ, প্ৰটিন, মেগনেছিয়াম, জিংক, তাম, ফছফৰাছ আদি বহুতো প্রয়োজনীয় পুষ্টিকৰ উপাদান থাকে।

এই উপাদানসমূহে চুলিৰ স্বাস্থ্যৰ বাবে ভিতৰৰ পৰা চুলিক পুষ্টি প্ৰদান কৰে। এতিয়া আপুনি ইয়াৰ উপকাৰিতা জানিলে এই গুটিবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকি লওঁ। সকলো প্ৰকাৰৰ গুটি সমান পৰিমাণে লৈ কেৰাহীত পাঁচ মিনিট শুকানলৈ ভাজি লওক।

ঠাণ্ডা হ’লে মিক্সাৰত পিহি পৰিষ্কাৰ কাঁচৰ টেমাত ৰাখিব। এই মিশ্রণ চাৰিৰ পৰা পাঁচ মাহলৈকে ৰাখিব পাৰে। এই মিশ্ৰণৰ এচামুচ কুহুম পানীৰ লগত মিহলাই খালী পেটত খাব লাগে। কেৱল চুলিয়েই নহয়, সামগ্ৰিক শৰীৰটোও ভাল হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HairHair Care
publisher

publisher

Related Posts

প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 
Lifestyle

June 5, 2025
টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক
Lifestyle

টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

June 5, 2025
ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ
Lifestyle

ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

June 4, 2025
কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?
Lifestyle

কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

June 3, 2025
বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 
Lifestyle

বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

June 1, 2025
গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!
Lifestyle

গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

May 31, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d