Horoscope: মেষ : পৰিৱেশ আনন্দময় হ’ব। শত্রুয়ে অনিষ্ট কৰিব চেষ্টা কৰিব, সতর্ক হ’ব। নিজ সিদ্ধান্তৰে কোনো কামত অগ্ৰসৰ হ’ব। শুভ ৰং ৰঙা। অশুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষ : বিবাহৰ যোগা যোগ হ’ব পাৰে। অকস্মাৎ ধন প্রাপ্তিৰযোগ। সহকৰ্মীৰ স’তে বিবাদ হ’ব পাৰে। শুভ ৰং আকাশী। অশুভ ৰং কমলা। শুভ সংখ্যা ৪।
মিথুন : বিদ্যাৰ্থীসকলৰ বাবে দিনটো অতি শুভ। আবেলিলৈ সু-সংবাদ পোৱাৰ সম্ভাৱনা। প্ৰেমত মধুৰতা থাকিব। শুভ ৰং নীলা। অশুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
কর্কট : বন্ধু-বান্ধবীৰ পৰা ক্ষতি হ’ব পাৰে। কাহ, চৰ্দি, পেটৰ সমস্যা হ’ব পাৰে। উৎসৱৰ অংশগ্ৰহণ কৰিব পাৰে। শুভ ৰং বগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৩।
সিংহ : পাৰিবাৰিক সমস্যা থাকিব। আত্মীয়ৰ পৰা সঁহাৰি লাভ। পিতৃ-মাতৃৰ মৰম স্নেহ লাভ। শুভ ৰং ৰূপালী। অশুভ ৰং মুগা। শুভ সংখ্যা ৬।
কন্যা : সৌভাগ্য বৃদ্ধি। মনোৰঞ্জন, অমোদ-প্রমোদ হ’ব। সৎ সংগ লাভ কৰিব। স্থান পৰিৱৰ্তন হ’ব পাৰে। শুভ ৰং ক’লা। অশুভ ৰং ৰঙা । শুভ সংখ্যা ৪।
তুলা : আনৰ প্ৰিয়পাত্ৰ হ’বলৈ চেষ্টা কৰিব। সমস্যা সমাধান হ’ব। বন্ধুৰ পৰা সহায়-সহযোগ পাব। মনৰ অস্থিৰতা বৃদ্ধি। শুভ ৰং আকাশী। অশুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।
বৃশ্চিক : নতুন কৰ্ম হ’ব আৰম্ভ। ভ্ৰমণত আনন্দ লাভ কৰিব। কর্মস্থানত দক্ষতা বৃদ্ধি, বিদ্যাত বাধা পাব। শুভ ৰং বগা। অশুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।
ধনু : ভক্তি ভাৱনা বৃদ্ধি হ’ব। মনত হতাশা আহিব পাৰে। ঘৰুৱা সুখ-শান্তি, উৎসৱমুখৰ পৰিৱেশ হ’ব। শুভ ৰং কমলা। অশুভ ৰং হালধীয়া । শুভ সংখ্যা ২।
মকৰ : ভ্রাতৃ বিৰোধ হ’ব পাৰে। প্ৰেম-প্ৰীতিত শুভ দেখা যায়। সন্তানৰ পৰা আশা কৰিব পাৰে। সুখ, বদনামৰ পৰা সাৱধান হ’ব। শুভ ৰং সোণালী। অশুভ ৰং ক’লা। শুভ সংখ্যা ৫।
কুম্ভ : বিদ্যাৰ্থীৰ সুনাম বৃদ্ধি। আনৰ পৰা সঁহাৰি লাভ কৰিব।। মনোবল বৃদ্ধি পাব। গৃহ সমস্যা হ’ব পাৰে। শুভ ৰং বগা । অশুভ ৰং নীলা । শুভ সংখ্যা ১।
মীন : পিতৃ-মাতৃৰ ৰোগ হ’ব পাৰে। উপাৰ্জন বৃদ্ধিৰ যোগ। হঠাৎ ভ্রমণ হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং বেঙুনীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ২।
