Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এনেদৰে সোণ বিক্ৰী কৰিলে তাৎক্ষণিকভাৱে লাভ কৰিব নগদ ধন

publisher by publisher
April 27, 2025
in Lifestyle
Reading Time: 1 min read
0
এনেদৰে সোণ বিক্ৰী কৰিলে তাৎক্ষণিকভাৱে লাভ কৰিব নগদ ধন
3
SHARES
26
VIEWS
ShareShareShareShare

সোণ ক্ৰয় কৰাটো ভাৰতীয়সকলৰ বাবে এক ধৰণৰ পৰম্পৰা আৰু আবেগ ৷ ভাৰতত বিশেষকৈ বিয়া আৰু উৎসৱৰ বতৰত সোণৰ লেন-দেন সর্বাধিক হয়। সোণ ক্ৰয় কৰাৰ উপৰি স্বৰ্ণ বণ্ড আদিত বিনিয়োগ কৰিও বহুতে ধন-সম্পত্তি বৃদ্ধিৰ পৰিকল্পনা কৰে।

ADVERTISEMENT

কিন্তু জৰুৰীকালীন অৱস্থাত বিপদত পৰি বহুতেই কেতিয়াবা সাঁচতীয়া সোণৰ গহনা পর্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয়। হঠাৎ নগদ ধনৰ প্ৰয়োজন হ’লে বহুতে সোণৰ গহনা বিক্ৰী কৰে যদিও উচিত দাম নাপায় বা বহু সময়ত নগদ ধন আহি হাতত পৰালৈ বহু পলম হৈ যায়।

RelatedPosts

RBI Issues New Guidelines:আৰবিআইৰ নতুন নির্দেশনা:স্বর্ণ ঋণত ২০ হেজাৰৰ অধিক নগদ টকা দিব নোৱাৰিব

Gold : পুৰণি সোণ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে নেকি ! পঢ়ি লওক এই প্ৰতিবেদন

Gold : স্বৰ্ণ গহনা ক্ৰয়ৰ নিয়ম সলনি : ছয় অংকৰ হলমাৰ্ক অবিহনে গ্ৰহণযোগ্য নহ’ব অলংকাৰ

সেয়ে তেনে পৰস্থিতিত নপৰিবৰ বাবে প্রত্যেকেই আগতীয়াকৈ সাজু হৈ থকা উচিত।জৰুৰীকালীনভাৱে ধনৰ প্ৰয়োজন হ’লে সোণৰ গহনা বিক্ৰী কৰি ক’ৰ পৰা আৰু কেনেদৰে তাৎক্ষণিকভাৱে উচিত মূল্যৰ নগদ ধন লাভ কৰিব পাৰিব সেই বিষয়ে কিছু কথা জানো আহক…

স্থানীয় গহনা ব্যৱসায়ী বা কাৰিকৰৰ হাতত সোণৰ গহনা বিক্ৰী কৰিলে প্ৰৱঞ্চনাৰ পূৰ্ণ প্ৰৱণতা থাকে। পৰিস্থিতিৰ সুবিধা লৈ সোণ গলোৱাৰ খৰচ, অপচয়ৰ খৰচ আদিৰ নামত বিপুল পৰিমাণৰ ধন কৰ্তন কৰে চতুৰ ব্যৱসায়ীসকলে। কিন্তু ইয়াৰ বিকল্প আছে।

যদি আপুনি পুৰণি সোণ বা সোণৰ গহনা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে স্থানীয় গহনা ব্যৱসায়ী বা কাৰিকৰৰ পৰিৱৰ্তে কেতবোৰ নিৰ্দিষ্ট এপ বা ৱেবছাইটযোগে বিক্ৰী কৰিব পাৰে।মুথুট গ’ল্ড পইন্ট,এমএমটিচি-পিএএমপি,গ’ল্ড মেক্স আৰু মোবিকুইক এপ হৈছে এনে কেতবোৰ নিৰ্ভৰযোগ্য কোম্পানী যিয়ে আপোনাৰ পৰা উচিত মূল্যৰ বিনিময়ত সোণ ক্রয় কৰে আৰু তাৎক্ষণিকভাৱে সেই মূল্য পৰিশোধো কৰে।

মুথুট গ’ল্ড পইণ্ট : তাৎক্ষণিকভাৱে নগদ ধন লাভ কৰিবলৈ হ’লে মুথুট গ’ল্ড পইণ্টত পুৰণি সোণ বিক্ৰী
কৰাটো আটাইতকৈ নিৰাপদ প্ৰক্ৰিয়া। ৱেবছাইটটোৰ মতে, ইয়াত সম্পূর্ণ বিনামূলীয়াকৈ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰা হয়।

মুথু গ’ল্ড পইণ্টে ইয়াৰ সোণ বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়াটো এশ শতাংশ স্বচ্ছ বুলি দাবী কৰে। কেৱল এয়াই নহয়, ইয়াত সোণৰ গহনাৰ বিনামূলীয়া আল্ট্রাছ’নিক ক্লিনিঙো উপলব্ধ ৷গ্ৰাহকৰ চকুৰ সন্মুখতে উন্নত এক্সআৰএফ মেচিনত সোণৰ গুণগত মান, ওজন আৰু বিশুদ্ধতা পৰীক্ষা কৰা হয়।তাৰ পাছত চলি থকা বজাৰ মূল্য অনুসৰি সোণৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

এমএমটিচি-পিএএমপি :এমএমটিচি-পিএএমপিত নগদ ধনৰ বিনিময়ত যিকোনো ব্যক্তিয়ে সোণ বিক্ৰী কৰিব পাৰে। ইয়াত প্ৰথম পৰ্যায়ত এক্স-ৰে ফুৰোচেন্স প্ৰযুক্তিৰ মেচিন ব্যৱহাৰ কৰি সোণৰ ওজন আৰু মূল্য পৰিমাপ কৰা হয় যাতে গ্ৰাহকে পুৰণি সোণৰ উচিত আৰু সম্পূর্ণ মূল্য লাভ কৰিব পাৰে । দ্বিতীয় পৰ্যায়ত সোণ বিক্ৰী কৰিব খোজা ব্যক্তিজনৰ চকুৰ সন্মুখতে সোণ গলাই দিয়া হয়। তাৰ আগতে সোণৰ বাইবেক ৰেট আৰু ছাৰ্ভিচ চাৰ্জৰ বিষয়েও তেওঁক অৱগত কৰা হয়।

গ’ল্ড মেক্স : কেৱল সোণৰ গহনাই নহয়, সোণৰ মুদ্ৰা, ৰূপৰ মুদ্রা,প্লেটিনামৰ গহনা আনকি অব্যৱহৃত ছেকেণ্ড হেণ্ড গহনাও ইয়াত বিক্ৰী কৰিব পাৰি। ৱেবছাইটটোৰ মতে,সোণৰ আকাৰ বা অৱস্থা যিয়েই নহওক কিয়, সেয়া ভঙা সোণেই হওক বা স্ক্রেপ গ’ল্ড, ক্ষতিগ্রস্ত সোণ, সোণৰ মুদ্ৰা আৰু গহনা আদি যিয়েই নহওক কিয়, এইটো ৱেবছাইটত নিমিষতে নগদ ধনেৰে মূল্য পৰিশোধ কৰা হয় ।

মোবিকুইক এপ : প্রথমে ইচ্ছুক বিক্ৰেতাজনে নিজৰ ম’বাইল নম্বৰৰে মোবিকুইক গ্রাহক প’ৰ্টেলত লগ ইন কৰিব লাগিব ৷ তাৰ পাছত গ্রাহকে বিক্ৰী কৰিব বিচৰা সোণৰ পৰিমাণ লিখিব লাগিব। সোণ বিক্ৰীৰ বাবদ লাভ কৰা ধন মোবিকুইক ৱালেটৰ স’তে সংযুক্ত গ্ৰাহকৰ বেংক একাউণ্ট বা ইউপিআই ঠিকনাত জমা কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: goldGold Loan
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d