Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বমঞ্চত পাকিস্তানৰ প্ৰকৃত ৰূপ তুলি ধৰাৰ নতুন প্রচেষ্টা !

    শিক্ষানীতিৰ বিৰোধিতা কৰাত ২১৫১ কোটি টকা ৰখাই থৈছে কেন্দ্রই, উচ্চতম ন্যায়ালয়ত তামিলনাডু

    লোহাজানীত বৰ্তমানেও উদ্ধাৰ হোৱা নাই অপহৃত নাবালিকা

    Minister Atul Bora:দেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণী কৃষি মন্ত্ৰী অতুল বৰাৰ 

    দেৰগাঁওত অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণী জনায় কৃষি মন্ত্ৰী অতুল বৰাই

    Kidnapping incident in Dhubri:লোহাজানীত এপষেকে উদ্ধাৰ নহল অপহৃত নাবালিকা,ৰহস্যজনক হালাকুৰা আৰক্ষীৰ ভূমিকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

India Pakistan Trade Halt বজাৰত ঔষধৰ নাটনি ,ভাৰতৰ স’তে বাণিজ্য নিষেধাজ্ঞাৰ বাবে ভয়াৱহ সংকটত পাকিস্তান! বিকল্প বিচাৰি হাবাথুৰি ভাৰতৰ স’তে সকলো দ্বিপাক্ষিক বাণিজ্য বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে পাকিস্তানে বৃহৎ সমস্যাৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে। ইতিমধ্যে বহু ক্ষেত্ৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তান। কিন্তু বাণিজ্য নিষেধাজ্ঞাৰ বাবে পাকিস্তানৰ বজাৰত আটাইতকৈ বেছি অভাৱ হ’ব পৰা বস্তুটো হ’ল ঔষধ। দৰাচলতে পাকিস্তান ঔষধ উৎপাদনৰ বাবে ভাৰতৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এই সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাকিস্তানী চৰকাৰী বিষয়াসকলে দেশখনৰ ফাৰ্মাচিউটিকেল নিৰ্মাতা আৰু যোগানকৰ্তাসকলৰ স’তে এখন বৈঠক তৈয়াৰ কৰিছে। দৰাচলতে পাকিস্তানৰ ঔষধৰ বজাৰখন সম্পূৰ্ণৰূপে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন ঔষধ, ঔষধ প্ৰস্তুতৰ কেঁচামাল, বিভিন্ন সা-সৰঞ্জামৰ কমেও ৩০ৰ পৰা ৪০ শতাংশ ভাৰতৰ পৰা পাকিস্তানলৈ যায়। পহলগাম আক্ৰমণৰ পাছত পাকিস্তান চৰকাৰে ভাৰতৰ স’তে সকলো দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে।ফলস্বৰূপে, ভাৰতৰ পৰা ঔষধ ৰপ্তানি কৰা হোৱা নাই। যদিও ই এতিয়ালৈকে বজাৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পৰা নাই, ই অদূৰ ভৱিষ্যতে এক সংকটৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পূৰ্বে, ২০১৯ চনত পুলৱামা আক্ৰমণৰ পাছত, ভাৰত-পাক বাণিজ্য সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, পাকিস্তানৰ বজাৰত ঔষধৰ অভাৱ দেখিবলৈ পোৱা যায়। এইবাৰো, পৰিস্থিতি সেই দিশতে আগবাঢ়িছে। অৱশ্যে, পাকিস্তান চৰকাৰে এইবাৰ তেনে পৰিস্থিতিৰ আশংকা কৰি সোনকালেই পদক্ষেপ ল’ব বিচাৰে। পাকিস্তানৰ ঔষধ নিয়ামক কৰ্তৃপক্ষই ইতিমধ্যে দেশৰ ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ বিষয়াসকলৰ স’তে আলোচনা আৰম্ভ কৰিছে। দৰাচলতে ভাৰতৰ স’তে বাণিজ্য আৰম্ভ ন’হলে যাতে কোনো ধৰণে বজাৰত ঔষধৰ সংকট নহয় সেইটো নিশ্চিত কৰিব বিচাৰিছে পাকিস্তানৰ ওষুধ নিয়ন্ত্রক সংস্থাই। তথ্য অনুসৰি,পাকিস্তানে চীন, ৰাছিয়া, ইউৰোপৰ কেবাখনো দেশৰ স’তে যোগাযোগ কৰিছে । সেই সকলো দেশৰ পৰা ঔষধ ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে। অৱশ্যে এতিয়ালৈকে এই বিষয়ে কাৰো স’তে কোনো দৃঢ় চুক্তি হোৱা নাই। ইয়াৰ মূল কাৰণ হ’ল সেই দেশসমূহৰ পৰা ঔষধ আমদানি কৰিলে অতিৰিক্ত খৰচ হ’ব।

বিকল্প বিচাৰি হাবাথুৰি

publisher by publisher
April 27, 2025
in News, International
Reading Time: 1 min read
0

2
SHARES
18
VIEWS
ShareShareShareShare

India Pakistan Trade Halt: ভাৰতৰ স’তে সকলো দ্বিপাক্ষিক বাণিজ্য বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে পাকিস্তানে বৃহৎ সমস্যাৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে। ইতিমধ্যে বহু ক্ষেত্ৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তান।

ADVERTISEMENT

কিন্তু বাণিজ্য নিষেধাজ্ঞাৰ বাবে পাকিস্তানৰ বজাৰত আটাইতকৈ বেছি অভাৱ হ’ব পৰা বস্তুটো হ’ল ঔষধ। দৰাচলতে পাকিস্তান ঔষধ উৎপাদনৰ বাবে ভাৰতৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।

RelatedPosts

বেলুচিস্তানত ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাছত বিস্ফোৰণ!

পাকভূমিত ভাৰত-শত্ৰুৰ আক্ৰমণ! চিকিৎসালয়ত সংকটজনক অৱস্থাত লস্কৰৰ উগ্ৰপন্থী হামজা

পাকিস্তানৰ গোলাবৰ্ষণত ধ্বংস ঘৰ-বাৰী! ভুক্তভোগীসকলৰ কাষত থিয় দিবলৈ কাশ্মীৰলৈ যাব তৃণমূলৰ প্রতিনিধি

এই সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাকিস্তানী চৰকাৰী বিষয়াসকলে দেশখনৰ ফাৰ্মাচিউটিকেল নিৰ্মাতা আৰু যোগানকৰ্তাসকলৰ স’তে এখন বৈঠক তৈয়াৰ কৰিছে।

দৰাচলতে পাকিস্তানৰ ঔষধৰ বজাৰখন সম্পূৰ্ণৰূপে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন ঔষধ, ঔষধ প্ৰস্তুতৰ কেঁচামাল, বিভিন্ন সা-সৰঞ্জামৰ কমেও ৩০ৰ পৰা ৪০ শতাংশ ভাৰতৰ পৰা পাকিস্তানলৈ যায়।

পহলগাম আক্ৰমণৰ পাছত পাকিস্তান চৰকাৰে ভাৰতৰ স’তে সকলো দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে।ফলস্বৰূপে, ভাৰতৰ পৰা ঔষধ ৰপ্তানি কৰা হোৱা নাই।

যদিও ই এতিয়ালৈকে বজাৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পৰা নাই, ই অদূৰ ভৱিষ্যতে এক সংকটৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ পূৰ্বে, ২০১৯ চনত পুলৱামা আক্ৰমণৰ পাছত, ভাৰত-পাক বাণিজ্য সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, পাকিস্তানৰ বজাৰত ঔষধৰ অভাৱ দেখিবলৈ পোৱা যায়। এইবাৰো, পৰিস্থিতি সেই দিশতে আগবাঢ়িছে।

অৱশ্যে, পাকিস্তান চৰকাৰে এইবাৰ তেনে পৰিস্থিতিৰ আশংকা কৰি সোনকালেই পদক্ষেপ ল’ব বিচাৰে। পাকিস্তানৰ ঔষধ নিয়ামক কৰ্তৃপক্ষই ইতিমধ্যে দেশৰ ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ বিষয়াসকলৰ স’তে আলোচনা আৰম্ভ কৰিছে।

দৰাচলতে ভাৰতৰ স’তে বাণিজ্য আৰম্ভ ন’হলে যাতে কোনো ধৰণে বজাৰত ঔষধৰ সংকট নহয় সেইটো নিশ্চিত কৰিব বিচাৰিছে পাকিস্তানৰ ঔষধ নিয়ন্ত্রক সংস্থাই।

তথ্য অনুসৰি,পাকিস্তানে চীন, ৰাছিয়া, ইউৰোপৰ কেবাখনো দেশৰ স’তে যোগাযোগ কৰিছে । সেই সকলো দেশৰ পৰা ঔষধ ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে।

অৱশ্যে এতিয়ালৈকে এই বিষয়ে কাৰো স’তে কোনো দৃঢ় চুক্তি হোৱা নাই। ইয়াৰ মূল কাৰণ হ’ল সেই দেশসমূহৰ পৰা ঔষধ আমদানি কৰিলে অতিৰিক্ত খৰচ হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kashmir Terror AttackPahelgamPahelgam Terror AttackPakistan
publisher

publisher

Related Posts

বিশ্বমঞ্চত পাকিস্তানৰ প্ৰকৃত ৰূপ তুলি ধৰাৰ নতুন প্রচেষ্টা !
India

May 21, 2025
শিক্ষানীতিৰ বিৰোধিতা কৰাত ২১৫১ কোটি টকা ৰখাই থৈছে কেন্দ্রই, উচ্চতম ন্যায়ালয়ত তামিলনাডু
India

শিক্ষানীতিৰ বিৰোধিতা কৰাত ২১৫১ কোটি টকা ৰখাই থৈছে কেন্দ্রই, উচ্চতম ন্যায়ালয়ত তামিলনাডু

May 21, 2025
লোহাজানীত বৰ্তমানেও উদ্ধাৰ হোৱা নাই অপহৃত নাবালিকা
News

লোহাজানীত বৰ্তমানেও উদ্ধাৰ হোৱা নাই অপহৃত নাবালিকা

May 21, 2025
Minister Atul Bora:দেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণী কৃষি মন্ত্ৰী অতুল বৰাৰ 
News

Minister Atul Bora:দেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণী কৃষি মন্ত্ৰী অতুল বৰাৰ 

May 21, 2025
দেৰগাঁওত অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণী জনায় কৃষি মন্ত্ৰী অতুল বৰাই
News

দেৰগাঁওত অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণী জনায় কৃষি মন্ত্ৰী অতুল বৰাই

May 21, 2025
Kidnapping incident in Dhubri:লোহাজানীত এপষেকে উদ্ধাৰ নহল অপহৃত নাবালিকা,ৰহস্যজনক হালাকুৰা আৰক্ষীৰ ভূমিকা
News

Kidnapping incident in Dhubri:লোহাজানীত এপষেকে উদ্ধাৰ নহল অপহৃত নাবালিকা,ৰহস্যজনক হালাকুৰা আৰক্ষীৰ ভূমিকা

May 21, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d