দিনটোৰ ৰাশিফল

IMG 20250430 173238

Horoscope:মেষ: ভ্রমণত বাধা আছে। বিদ্যাত সিমান ভাল দেখা নাযায়। ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব। শুভ ৰং বগা। শুভসংখ্যা ২।

ADVERTISEMENT

বৃষ: ব্যৱসায়ত নতুন কাম আৰম্ভ কৰা কামটোৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ক। চাকৰিয়ালৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। শুভ ৰং ৰঙা। শুভসংখ্যা ৯।

মিথুন: স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়। দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব। প্রেমত শুভ। বিদ্যাত শুভ ফল পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

কর্কট: চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব। মাক-দেউতাকৰ শৰীৰৰ প্ৰতি যত্ন লোৱা প্ৰভাৱ বিস্তাৰ কৰিব। সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৩।

সিংহঃ চুটি ভ্রমণ আছে। ঘৰুৱাত মধ্যম ক’ব পাৰি। প্ৰেমত শুভবিদ্যার্থীয়ে যত্ন কৰক। গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায় শুভ ৰং নীলা। শুভ সংখ্যা ২।

কন্যা: কন্যা সন্তানৰ বিবাহৰ যোগ। আর্থিকত ভাল দেখা যায়। কর্মত কিছু অসুবিধা পাব। বিদ্যাত সাফল্য লাভ কৰিব। ভ্রমণ নকৰা ভাল। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।

তুলা: ব্যৱসায়ত ভাল চলিব আৰু নতুন যোগাযোগে উপকৃত কৰিব। দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। বন্ধুৰ পৰা সাহায্য লাভকৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

বৃশ্চিক: সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

ধনু: সামাজিক ব্যস্ততা বৃদ্ধি হ’ব। বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায়। প্রেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

মকৰ গৱেষণা কৰ্মত অগ্রগতি। দিনটোত বন্ধুবৰ্গৰ পৰা অকৃত্তিম সহায় লাভ। মাংগলিক কৰ্মত খৰচ হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

কুম্ভ: সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব। শুভৰং আকাশী নীলা। শুভ সংখ্যা ৪।

মীন: পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে। সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

Exit mobile version